আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা অতচি গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল?

উত্তৰঃ ১৮৯৩ চনত পদ্মনাথ গোহাঁইবৰুৱাই আহোম সভা গঠন কৰিছিল। ১৮৯৩ চনত পদ্মনাথ গোহাঁইবৰুৱা আৰু তেওঁৰ ভালেমান সহযোগীৰ প্ৰচেষ্টাত শিৱসাগৰ ছোৱালী হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ যোগেদি আহোম সভা প্ৰতিষ্ঠা কৰা হৈছিল।