অৰ্থনৈতিক বিকাশ কি?

উত্তৰঃ অৰ্থনৈতিক বিকাশ হ’ল দেশ এখনৰ জাতীয় আয় আৰু জনমুৰি আয় বৃদ্ধি।