অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা?

উত্তৰঃ ১৯১৬ চনত অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ মূখ্য উদ্দেশ্য আছিল অসমীয়া ভাৰ্ষাৰ উন্নতি সাধন কৰা। ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান- প্ৰদান কৰি এক সম্পূৰ্ক স্থাপত কৰিবলৈ চেষ্টা কৰিছিল।