অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা লিখা?

উত্তৰঃ ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমত ৭ খন প্ৰথম শ্ৰেণীৰ নগৰ আৰু ৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে।