অসমীয়া ভাষাৰ ৰূপতত্ত্ব | তৃতীয় গোটঃ | B.A 5th Sem অসমীয়া ব্যাকৰণ পৰিচয় Question Answer | B.A 5th Sem GU Assamese Medium Question Answer Solution |

 Short Question Answer 

তৃতীয় গোটঃ

অসমীয়া ভাষাৰ ৰূপতত্ত্ব 

 প্ৰশ্নাৱলীঅতিচমু প্রশ্ন ঃ
১। ভাষাৰ ক্ষুদ্রতম একক কি?

২। ভাষা বিজ্ঞানৰ প্ৰধান স্তৰ কেইটা?

৩। ধ্বনি তত্ত্বৰ প্ৰধান শাখা দুটা কি কি?

৪। ধ্বনি বিজ্ঞান কি?

৫। ধ্বনি বিজ্ঞানত বাক্ ধ্বনিৰ দিশ কেইটা কি কি?
 ৬। Eliments of Science of Language গ্ৰন্থৰ লেখক কোন?

৭। ধ্বনি কাক বোলে?

৮। ধ্বনি বিজ্ঞানৰ কেই প্ৰকাৰৰ

৯। স্বৰতন্ত্রী কি?

১০। ঘটিকা কি?

১১। অঘোষ ধ্বনি কাক বোলে?
 ১২। সঘোষ ধ্বনি কাক বোলে?

১৩। বিশিষ্ট ধ্বনি কাক বোলে?

১৪। বিভাজ্য ধ্বনি কাক বোলে?

১৫। অবিভাজ্য ধ্বনি কাক বোলে?

১৬। বিশিষ্ট ধ্বনি কি লিপিত ব্যৱহাৰ কৰা হয়?

১৭। IPA ৰ সম্পূর্ণ নাম কি?

১৮। বিশিষ্ট ধ্বনিৰ এটা চৰ্ত লিখা।

১৯। বিশিষ্ট স্বৰ ধ্বনি কেইটা?

২০। নিয়ত ধ্বনি কেইটা?

২১। ধ্বনি কেইশ্রেণীত ভাগ কৰিব পাৰি?

চমু প্রশ্ন ঃ

১। ধ্বনি তত্ত্ব বুলিলে কি বুজা?

২। বিশিষ্ট ধ্বনি কাক বোলে? উদাহৰণ দিয়া। 
৩। ধ্বনি বিজ্ঞান কাক বোলে?

৪। বাগিন্দ্রিয় কাক বোলে?

৫। ধ্বনি বিভাজন কি কি ধৰণে কৰিব পাৰি?
 ৬। নিয়ত ধ্বনি কেইটা আৰু কি কি?

৭। বিভাজ্য ধ্বনি কি ধ্বনি অন্তর্ভূক্ত কৰিব পাৰি?

৮। অবিভাজ্য ধ্বনিত কোনবোৰ বিষয় অন্তর্ভূক্ত হয়।

৯। দন্তমূলীয় ধ্বনিৰ উচ্চাৰণ সম্পৰ্কে লিখা

১০। বিশিষ্ট স্বৰ ধ্বনি কাক বোলে? উদাহৰণ দিয়া।

১১। স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনিৰ পাৰ্থক্য লিখা

১২। অনুনাসিকতা কি?

ৰচনাধৰ্মী প্রশ্ন :

১। ধ্বনি বিজ্ঞান আৰু বিশিষ্ট ধ্বনি বিজ্ঞানৰ মাজত পাৰ্থক্য নির্ণয় কৰা। 
২। ধ্বনি বিভাজন কিহৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয়, সেইসম্পর্কে লিখা।

৩। বাগিন্দ্ৰিয় বুলিলে কি বুজা? বাগিন্দ্ৰিয়ৰ অন্তৰ্গত বিভিন্ন অংগসমূহৰ বৰ্ণনা কৰা।

৪। বিশিষ্ট স্বৰ ধ্বনি কাক বোলে? বিশিষ্ট স্বৰ ধ্বনিৰ এখন তালিকা প্রস্তুত কৰা।

৫। বিশিষ্ট ব্যঞ্জন ধ্বনি কাক বোলে? অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটাতাৰ এখন তালিকা প্রস্তুত কৰা।

৬। বিভাজ্য আৰু অবিভাজ্য ধ্বনিৰ বিষয়ে লিখা।

৭। বিশিষ্ট ব্যঞ্জন ধ্বনি কাক বোলে? বিশিষ্ট ব্যঞ্জন ধ্বনি আদ্য, মধ্য আৰু অন্তস্থানৰ ব্যৱহাৰ দেখুওৱা।

৮। শ্বাসাঘাত আৰু সুৰ-লহৰ সম্পৰ্কে লিখা।

Type-Bharat kalita Morigaon Assam