অসমীয়া নাটক আৰু পৰিৱেশন শৈলী গোট ৪ | BA 5th Sem Assamese Major Question Answer | Gauhati University BA 5th Sem ASM-HC-5016 | Download PDF

 অসমীয়া নাটক আৰু পৰিৱেশন শৈলী গোট ৪

১। নাট্যকাৰ কৰুণা ডেকাৰ নাট্যপ্ৰতিভা সহ ‘উৰুখা’ নাটৰ বিষয়বস্তুৰ আভাস দিয়া।২। “উৰুখাত মানৱ জাৱনৰ অন্তৰ্জগতত চলি থকা দ্বান্দ্বিক যুদ্ধকেই এক বহিঃপ্ৰতীকী ৰূপত প্ৰকাশ কৰিবলৈ যত্ন কৰা হৈছে” এই বক্তব্যৰ আঁত ধৰি ‘উৰুখা’ত প্ৰতীকৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা।৩। ‘উৰুখা’ নাটকৰ সংলাপ, মঞ্চায়ন আৰু চৰিত্ৰ চিত্ৰণ সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰা।৪। চৰিত্ৰৰ মনৰ বৈপৰীত দ্বন্দ্ব ‘উৰুখা’ নাটকত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।৫। ‘বনশ্ৰী’ নামৰ চৰিত্ৰটিক নাট্যকাৰ নাটকখনত কেনেদৰে উপস্থাপন কৰিছে আলোচনা কৰা।
Type: Punya Hazarika