অসমীয়া নাটক আৰু পৰিৱেশন শৈলী গোট ১ | BA 5th Sem Assamese Major Question Answer | Gauhati University BA 5th Sem ASM-HC-5016 | Download PDF |

 অসমীয়া নাটক আৰু পৰিৱেশন শৈলী

গোট ১

চমু প্ৰশ্নঃ

১। নাটকক ‘অৱস্থিনুকূতি নাট্যম্’ বুলি কোনে কৈছিল?

২। ”Imitation of action in the form of action”- কথাষাৰ কোনে কৈছিল?

৩। এলাৰ্ডিছ নিকলৰ নাটকৰ সংজ্ঞাটো উল্লেখ কৰা।

৪। এৰিষ্ট’টলৰ মতে নাটকৰ উপাদান কেইটা আৰু কি কি?

৫। জন ড্ৰাইডেনৰ মতে নাটকৰ প্ৰধান উপাদান কেইটা আৰু কি কি?

৬। শংকৰদেৱৰ চিহ্নযাত্ৰা নাটকখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল?

৭। শংকৰদেৱৰ দ্বাৰা ৰচিত সৰ্বশেষ নাট কোনখন?

৮। মাধৱদেৱৰ পূৰ্ণাংগ নাট কোনখন?

৯। কাল-সংহতিৰ প্ৰৱৰ্তক গোপাল আতাই ৰচনা কৰা নাটক কেইখন কি কি?

১০। ‘কংসবধ’ নামৰ নাটকখন কোনে ৰচনা কৰিছিল?

১১। প্ৰথম অসমীয়া সামাজিক নাটকখন কোনে কেতিয়া ৰচনা কৰিছিল?

১২। বঙাল-বঙালনী নাটকখন কোনে কেতিয়া ৰচনা কৰিছিল?

১৩। ‘গাঁওবুঢ়া’ নাটকখন কোনে কেতিয়া ৰচনা কৰিছিল?

১৪। ‘Comedy of Errors’ নাটকখন কোন কেইজন নাট্যকাৰে কি নামেৰে অসমীয়ালৈ অনুবাদ কৰে?

১৫। ‘অভিমন্যু বধ’ নাটকখন কোনে ৰচনা কৰে? 

১৬। ‘সীতাহৰণ’ নাটকখন কোনে কেতিয়া ৰচনা কৰে?

১৭। ‘বৈদেহী বিচ্ছেদ’ নাটকখন কোনে কেতিয়া ৰচনা কৰে?

১৮। ‘কানীয়া কীৰ্তন’ নাটকখন কোনে কেতিয়া ৰচনা কৰে?

১৯। ‘নৌটংকী’ কোন অঞ্চলৰ লোকনাট্য?

২০। মহাৰাষ্ট্ৰত প্ৰচলিত লোকনাট্যবিধৰ নাম কি?

২১। কৰ্ণাটকৰ লোকনাট্যবিধৰ নাম কি?

২২। অসমত প্ৰচলিত এবিধ লোকনাট্যৰ নাম লিখা।

২৩। লোকনাট্যৰ আধাৰত ৰচিত আধুনিক অসমীয়া নাটক দুখনৰ নাম লিখা।

২৪। মহাকাব্যিক নাটকৰ জনক বুলি কাক কোৱা হয়?

২৫। অসমীয়া মহাকাব্য়িক নাটক দুখনৰ নাম লিখা।

২৬। কোনজন নাট্যকাৰৰ কোনখন নাটকৰ যোগেদি এবছাৰ্ড নাট্য আন্দোলনটিয়ে জন্ম লাভ কৰে?

২৭। ভাৰতীয় সাহিত্যৰ প্ৰথম এবছাৰ্ড নাটকখনৰ নাম কি আৰু নাটকখন কোনে কেতিয়া ৰচনা কৰে?

২৮। প্ৰথম অসমীয়া এবছাৰ্ড নাটক কোনখন আৰু কোনে ৰচনা কৰে?

২৯। ছেমুৱেল বেকেটে কোনখন নাটকৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে?

৩০। প্ৰাচীন ভাৰতত কেই প্ৰকাৰৰ ৰংগমঞ্চৰ প্ৰচলন আছিল?

৩১। কোনবিধ নাটকৰ অভিনয়ত মুখাৰ প্ৰয়োগ কৰা হয়?

৩২। প্ৰাচীন ভাৰতীয় নাটকৰ অভিনয়ক প্ৰধানতঃ কি কি ভাগত বিভক্ত কৰা হৈছিল?

৩৩। নাটক ৰচনাৰ স্বৰূপ দুটা কি কি?

৩৪। নাটকৰ চতুৰংগ মানে কি?

৩৫। অস্তিত্ববাদী নাটকৰ জন্ম ক’ত হয়?

বৰ্ণনাধৰ্মী প্ৰশ্নঃ

১। নাটক বুলিলে কি বুজা সংজ্ঞাসহ আলোচনা কৰা।

২। নাটকৰ উপাদান কেইটা কি কি আলোচনা কৰা।

৩। নাটকৰ ত্ৰি-ঐক্য সন্দৰ্ভত এটি আলেচনা আগবঢ়োৱা।

৪। নাটকৰ পঞ্চসন্ধি বুলিলে কি বুজা।

৫। প্ৰাচীন আৰু আধুনিক নাটকৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা।

৬। অসমীয়া নাটকৰ উৎপত্তি আৰু বিকাশ সন্দৰ্ভত এটি চমু আলোচনা দাঙি ধৰা।

৭। অসমীয়া নাটকৰ প্ৰাচীন পৰ্যায়টোৰ চমু পৰিচয় আগবঢ়োৱা।

৮। অসমীয়া নাটকৰ পৌৰাণিক ধাৰাটোৰ চমু পৰিচয় দিয়া।

৯। অসমীয়া নাটকৰ ঐতিহাসিক ধাৰাটোৰ চমু পৰিচয় দিয়া।

১০। অসমীয়া নাটকৰ সামাজিক ধাৰাটোৰ চমু পৰিচয় দিয়া।

১১। লোকনাট্য বুলিলে কি বুজা ইয়াৰ চমু পৰিচয় দিয়া।

১২। অংকীয়া নাটৰ চমু পৰিচয় দি ইয়াৰ গঠনৰীতি সম্পৰ্কে আলোচনা কৰা।

১৩। সংস্কৃত নাটৰ সৈতে অংকীয়া নাটৰ সাদৃশ্য বিচাৰ কৰা।

১৪। অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ নিৰূপণ কৰা।

১৫। ঝুমুৰা বুলিলে কি বুজা চমুকৈ আলোচনা কৰা।

১৬। মহাকাব্যিক নাটক কাক বোলে চমুকৈ আলোচনা কৰা।

১৭। এবছাৰ্ড নাটক সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা।

১৮। লোককলাৰ সমল অন্তৰ্ভুক্ত নাটকৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।

১৯। অংকীয়া নাটৰ পৰিৱেশন শৈলী সম্পৰ্কে এটি চমুকৈ আলোচনা কৰা।

২০। আধুনিক নাটকৰ পৰিৱেশন শৈলী সম্পৰ্কে চমুকৈ আলোচনা কৰা।

২১। নাটকৰ আহাৰ্য, অভিনয় শৈলী আদিৰ স্বৰূপ আৰু বিকাশ সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰা।