অসমীয়া নাটকৰ চমু ইতিহাস | UNIT-1 | BA 5th Sem Assamese Question and Answer Assamese Medium | GU BA 5th Sem Assamese UNIT-1 Solution Assamese Medium | GU BA 5th Sem Assamese Suggestions and Notes Assamese Medium | GU BA 5th Sem Assamese Book Solution | অসমীয়া নাটকৰ চমু ইতিহাস পাঠটো প্ৰশ্ন আৰু উত্তৰ |

 UNIT-1 

অসমীয়া নাটকৰ চমু ইতিহাস  

১। চমু উত্তৰ দিয়াঃ  

(ক) ভাৰতবৰ্ষত নাট্যকলাৰ উৎপত্তি আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ  

(খ) নাটক শব্দটো কি ধাতুৰ পৰা উদ্ভুত? ইয়াৰ অৰ্থ কি?

উত্তৰঃ  

(গ) লোক-সাহিত্যত ‘লোক’ শব্দই কি অৰ্থ সামৰি লয়?  (ঘ) লোক নাট্য কি?

উত্তৰঃ  

(ঙ) অসমীয়া লোকনাট্য পৰম্পৰাক চহকী কৰা কেইটামান উৎসৱৰ বিষয়ে লিখা।

উত্তৰঃ  

(চ) লোক নাট্যৰ বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা

উত্তৰঃ  

(ছ) লোক-নাট্যৰ কাহিনীক কিদৰে ভগোৱা হয়?

উত্তৰঃ

(জ)অসমৰ লোকনাট্যৰ সাংযুতিক এককবোৰ কি কি?

উত্তৰঃ  

(ঝ) অসমৰ লোক নাট্যক প্ৰধানকৈ কেইটা ভাগত ভগোৱা হয়? ভাগ কেইটা কি কি?

উত্তৰঃ  

(ঞ) নৃত্য-গীত প্রধান লোক নাট্যানুষ্ঠানৰ বিষয়ে এটি চমু টোকা যুগুত কৰা।

উত্তৰঃ 

(ট) পুতলা নাচত সূত্ৰধাৰৰ ভূমিকা সম্পর্কে লিখা।

উত্তৰঃ  

(ঠ) অসমীয়া লোক-নাট্য কলাত ওজাপালিৰ ভূমিকা সম্পর্কে লিখা।

উত্তৰঃ 

(ড) ওজাপালিয়ে পৰিৱেশন কৰা গীত পদৰ আধাৰত ওজাপালিক  কিদৰে নামকৰণ কৰা হয়?

উত্তৰঃ  

(ঢ) বিভিন্ন ধৰণৰ ওজাপালিৰ বেশভূষা সম্পৰ্কে এটা টোকা যুগুত কৰা।

উত্তৰঃ 

(ণ) অসমৰ লোক নাট্য পৰম্পৰাটো ঢুলীয়া ভাওনা আৰু খুলীয়া ভাওনাৰ অৰিহণাৰ ব্যাপ্তি কেনেধৰণৰ?

উত্তৰঃ  

(ত) কুশান গান আৰু ভাৰীগান সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰা।

উত্তৰঃ 

(থ) অর্ধনাটকীয় লোকনাট্যই কি কি উৎসৱ অনুষ্ঠানক সামৰি লয়?

উত্তৰঃ  

২। উত্তৰ লিখা  

(ক) যাত্রাধর্মী লোকনাট্যই কি সূচায়? অসমীয়া লোক নাট্য পৰম্পৰাত যাত্ৰাধৰ্মী লেকনাট্যৰ বিস্তৃতি সম্পর্কে লিখা।

উত্তৰঃ  

(খ) অংকীয়া নাট ৰচনাৰ ক্ষেত্ৰত কি কি উপাদানে মহাপুৰুষ শংকৰদেৱক প্ৰভাৱিত কৰিছিল ?

উত্তৰঃ  

(গ) ‘অংকীয়া নাট’ শব্দ দুটাৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ  

(ঘ) অসমীয়া নাট্য সাহিত্যৰ প্ৰথম নিদৰ্শন ‘চিহ্নযাত্ৰা’ৰ বিষয়ে লিখা।

উত্তৰঃ  

(ঙ) অংকীয়া নাটৰ কলা-কৌশল সম্পর্কে নাতিদীর্ঘ নিবন্ধ এটা যুগুত কৰা।

উত্তৰঃ  

(চ) অংকীয়া নাটত মূলতঃ কেই প্ৰকাৰৰ গীত পোৱা যায়?

উত্তৰঃ  

(ছ) অংকীয়া নাটৰ বৈশিষ্ট্যৰ বিষয়ে এটা আলোচনা যুগুত কৰা। 

উত্তৰঃ 

(জ) অংকীয়া নাটত সূত্ৰধাৰে সম্পন্ন কৰা কাৰ্যসমূহ কেনে ধৰণৰ?

উত্তৰঃ 

(ঝ) অংকীয়া নাটৰ বিষয় বস্তু সন্দৰ্ভত নিবন্ধ এটা প্ৰস্তুত কৰা।

উত্তৰঃ  

(ঞ) মাধৱদেৱে ৰচনা কৰা ঝুমুৰাসমূহৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

(ট) শংকৰোত্তৰ যুগৰ অংকীয়া নাটলৈ অৱদান আগবঢ়োৱা নাট্যকাৰ আৰু নাটকৰ বিষয়ে লিখা।

উত্তৰঃ 

৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া :  

(ক) উত্তৰ স্বাধীনতা যুগৰ নাটক সম্পর্কে এটি আলোচনা প্রস্তুত কৰা।

উত্তৰঃ 

(খ) ব্ৰেখ্টীয় পৰম্পৰাৰ নাটকৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ  

(গ) এৱছাৰ্ড নাটক বুলিলে কেনেকুৱা নাটকক সূচায়? এৱছার্ড নাটক এখনৰ বিষয়বস্তু উল্লেখ কৰি নাটকৰ চাৰিত্রিক বৈশিষ্ট্য সম্পর্কে লিখা।

উত্তৰঃ  

(ঘ) লোককলাৰ সমল অন্তৰ্ভুক্ত নাটক বুলিলে কোনবোৰ নাটকক         বুজা যায়? অসমীয়া নাট্য সাহিত্যত লোককলাৰ কি কি ধাৰাৰ             নাটক  সৃষ্টি হোৱা বুলি ক’ব পাৰি?

উত্তৰঃ  

(ঙ) লোকনাট্যৰ পৰিৱেশন শৈলীৰ আধাৰত ৰচনা কৰা নাটকৰ    বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  

(চ) অসমীয়া নাটকত লোককলাৰ ব্যৱহাৰ হৈছেনে? যুক্তি সাপেক্ষ উত্তৰ দিয়া।

উত্তৰঃ  

৪। অসমীয়া নাটকৰ পৰিৱেশন শৈলী সন্দৰ্ভত এটি আলোচনা লিখা।

উত্তৰঃ  

৫। নাট্যশাস্ত্ৰত উল্লেখ থকা নাট্যগৃহসমূহ কি কি? ইয়াৰ বৈশিষ্ট্যৰ বিষয়ে লিখা।

উত্তৰঃ  

৬। অংকীয়া নাটৰ পৰিৱেশন শৈলী সন্দৰ্ভত এটি নিবন্ধ লিখা।

উত্তৰঃ  

৭। ভাওনাত কি কি নৃত্য ব্যৱহাৰ কৰা হয়? ভাওনাত নৃত্যৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰঃ  

৮। অভিনয়ক কি কি প্ৰকাৰত ভগোৱা হয়? প্রতিবিধৰে বৈশিষ্ট্য লিখা।

উত্তৰঃ 

৯। নাটক এখন মঞ্চস্থ কৰাৰ বাবে সূক্ষ্ম-মঞ্চ জ্ঞানে কিদৰে সহায় কৰে?

উত্তৰঃ  

১০। ‘অৱস্থাৰ অনুকৰণেই অভিনয়’। নাটকৰ মঞ্চ-সজ্জা সন্দৰ্ভত উক্তিটোৰ যথার্থতা ব্যাখ্যা কৰা।

উত্তৰঃ

Type: Krishna Bora