অসমত পোৱা তিনিবিধ খনিজ সম্পদৰ নাম লিখা?

উত্তৰঃ অসমত পোৱা তিনিবিধ খনিজ সম্পদ যেনে- কয়লা, খনিজ তেল, প্ৰাকৃতিৰ গেছ আদি ।