অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য হল – অম্ল টেঙা কিন্তু ক্ষাৰকৰ সোৱাদ তিতা আৰু চুলে চাবোন পানীৰ দৰে লাগে। অম্লই নীলা লিটমাছ ৰঙা কৰে কিন্তু ক্ষাৰকে ৰঙ লিটমাছ নীলা কৰে। অম্লত হাইড্ৰোজেন থাকে কিন্তু ক্ষাৰকত হাইচৃড্ৰোক্সিল থাকে।
Question and Answer Solution