অংশগ্ৰহণ আৰু প্ৰতিনিধিত্ব | Participation and Representation | Chapter 2 (d) | B.A 1st Sem Political Science Notes and Suggestion | Assamese medium | Question and Answer Assam | Guwahati University Political Science Notes| প্ৰথম ষান্মাসিকৰ অংশগ্ৰহণ আৰু প্ৰতিনিধিত্ব (Participation and Representation) নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰ।

Chapter-2 (D)

অংশগ্ৰহণ আৰু প্ৰতিনিধিত্ব

(Participation and Representation)

প্ৰশ্নাৱলী(Questions)

১। J.H. Hagei ৰ অংশগ্ৰহণৰ সংজ্ঞাটো লিখা।

Write the definition of participation given by J.H. Hagei.

২। Verba আৰু Nie-এ উল্লেখ কৰা যিকোনো এটি অংশগ্ৰহণৰ ধৰণ লিখা।

Write any one form of participation as mentioned by Verba and Nie.

৩। Sarah White-এ উল্লেখ কৰা যিকোনো এটা প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ প্ৰকাৰ লিখা।

Write any one type of representative participation as mentioned by Sarah White.

৪। ৰাজনৈতিক অংশগ্ৰহণৰ যিকোনো এটা কাৰক উল্লেখ কৰা।

Mention any one factor of political participation

৫। প্ৰতিনিধিত্ব সম্পৰ্কত দুগৰাকী পণ্ডিতৰ নাম লিখা।

Name any two scholars relating to representation.

৬। ১৯৬৭  চনৰ গ্ৰন্থ ‘The Concept of Political Representation’ কোনে লিখিছিল?

Who wrote the book ‘The Concept of Political Representation’, 1967?

৭। ইংলেণ্ডত প্ৰতিনিধিত্বমূলক চৰকাৰ ব্যৱস্থাৰ জনক বুলি কাক কোৱা হয়?

Who is regarded as the founder of representative government in England?

৮। ‘Make present again’─ Who said this?

‘Make present again’ㅡ Who said this?

৯। প্ৰতিনিধিত্ব সম্পৰ্কত Pope Leo ৰ কথাফাঁকী লিখা।

Write the statement given by Pope Leo on representation.

১০। সমানুপাতিক প্ৰতিনিধিত্বৰ প্ৰকাৰ দুবিধ উল্লেখ কৰা।

Mention the two types of proportional representation.

১১। ১৮৫১ চনৰ ‘Elections of Representatives’ গ্ৰন্থখনৰ লিখক কোন আছিল লিখা।

Who was the writer of the book ‘Elections of Representatives’ in 1851?

১২। ‘কোটা’ বুলিলে কি বুজা?

What do you mean by ‘Quota’?

১৩। ‘হেয়াৰ পদ্ধতি’ ৰ দুগৰাকী সমৰ্থকৰ নাম উল্লেখ কৰা।

Name two supporters of ‘Hare System’.

১৪। ‘Hare System’ প্ৰয়োগ কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

Name any two nations which have applied ‘Hare System’.

১৫। ‘ List System’ প্ৰয়োগ কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

Name any two nations which have applied ‘List System’.

১৬। চমু টোকা। (Short notes)

(a) Verba আৰু Nie ৰ মতে অংশগ্ৰহণৰ ধৰণসমূহ,

(Forms of Participation as mentioned by Verba and Nie.)

(b) Sarah White ৰ অংশগ্ৰহণৰ প্ৰকাৰ,

(Sarah white’s forms of Participation),

(c) ৰাজনৈতিক অংশগ্ৰহণৰ কাৰকসমূহ,

(Factors of Political Participation),

(d) প্ৰতিনিধিত্বৰ উৎপত্তি,

(Growth of Representation)

(e) ৰাজনৈতিক প্ৰতিনিধিত্বৰ মূল উপাদানসমূহ,

(Key components of Political Representation),

(f) হেয়াৰ পদ্ধতি (Hare System),

(g) তালিকা পদ্ধতি (List System),

(h) সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ গুণসমূহ,

(Merits of Proportional Representation System),

(i) সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ দোষসমূহ।

(Demerits of Propotional Representation System)

১৭। অংশগ্ৰহণ কি? বিভিন্ন ধৰণৰ অংশগ্ৰহণ সম্পৰ্কে আলোচনা কৰা।

What is Participation? Discuss different forms of Participation.

১৮। ৰাজনৈতিক অংশগ্ৰহণ কি? ৰাজনৈতিক অংশগ্ৰহণৰ বিভিন্ন কাৰকসমূহ কি কি আলোচনা কৰা।

What is Political Participation? What are the factors behind Political Participation?── Discuss.

১৯। ৰাজনৈতিক অংশগ্ৰহণ বুলিলে কি বুজা? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি লিখা।

What do you mean by Political Participation? Write various types of it.

২০। প্ৰতিনিধিত্ব ধাৰণাৰ সংজ্ঞা দিয়া। ইয়াৰ বিভিন্ন কৌশল বা পদ্ধতিসমূহ আলোচনা কৰা।

Define the term Representation. Discuss various methods/techniques of Representation.

২১। ৰাজনীতি বিজ্ঞানত ভৌগোলিক বা সমষ্টিগত প্ৰতিনিধিত্ব সম্পৰ্কে বিশ্লেষণ দিয়া।

Explain about the Geographical or Constitutional Representation in political science.

২২। বৃত্তিগত প্ৰতিনিধিত্ব কি? ইয়াৰ গুণ আৰু দোষসমূহ আলোচনা কৰা।

What is Functional Representation? What are its differences with Geographical Representation?

২৩। সমানুপাতিক প্ৰতিনিধিত্ব কি? ইয়াৰ গুণ আৰু দোষসমূহ আলোচনা কৰা।

What is Proportional Representation? Discuss its merits and demerits.

২৪। ৰাজনৈতিক প্ৰতিনিধিত্ব কি? ইয়াৰ উপাদানসমূহ কি কি আলোচনা কৰা।

What is Political Representation? What are its components?─Discuss.

২৫। ৰাজনৈতিক প্ৰতিনিধিত্ব বুলিলে কি বুজা? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা।

What do you mean by Political Representation? Discuss different types of Political Representation.

Parishmita Hazarika.