ৰাষ্ট্ৰসংঘ [united nations] Chapter 2 | Question Answer Assam State | B.A 4th semester Political Science suggestion Assamese Medium | B.A 4th semester Political Science solution | B.A 4th semester Political Science Question answer | B.A 4th semester Political Science notice | B.A 4th semester Political Science Notes | ৰাষ্ট্ৰসংঘ [united nations] পাঠটোৰ প্ৰশ্ন-উত্তৰ

ৰাষ্ট্ৰসংঘ [united nations]

১। ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা কৰাৰ পৰিস্থিতি বর্ণনা কৰা । [ G.U. 2006 ( M ) ] Describe the circumstances leading to the Establishment of the United Nations . উত্তৰঃ
২। সাধাৰণ সভাৰ গঠন , কার্যাৱলী আৰু ভূমিকা ব্যাখ্যা কৰা ।Explain the Composition , Functions and Role of the General Assembly . [ G.U. 2005 ( M ) , 2007 ( M ) , 2008 ( G ) , D.U. 2007 ( M ) ] উত্তৰঃ
 ৩। নিৰাপত্তা পৰিষদৰ গঠন , কার্যাৱলী আৰু ভূমিকা আলােচনা কৰা । নিৰাপত্তা পৰিষদে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাত কৃতকার্য হৈছেনে ? Discuss the Composition , Functions and Role of the Security Council . Has the Security Council been successful in the preservation of peace and security ? [ G.U. 2007 ( M ) , 2008 ( G ) ] উত্তৰঃ
৪। অর্থনৈতিক আৰু সামাজিক পৰিষদৰ গঠন , কার্যাৱলী আৰু ভূমিকা ব্যাখ্যা কৰা । Explain the Composition , Functions and Role of the Social and Economic Council . উত্তৰঃ
৫। ৰাষ্ট্ৰসংঘৰ গঠন , চনদ আৰু উদ্দেশ্য সম্পর্কে আলােচনা কৰা । Discuss the formation , charter and objectives of the UNO . [ G.U. 2014 ( Gen . ) ] উত্তৰঃ
৬। সহস্রাব্দ বিকাশ লক্ষ্যসমূহৰ উদ্দেশ্য আৰু গুৰুত্বৰ মূল্যায়ন দাঙি ধৰা । Evaluate the aims and importance of the Millennium Development Goals . [ G.U. 2014 ( Gen . ) ]উত্তৰঃ
৭। ন্যায়ৰক্ষী পৰিষদৰ উদ্দেশ্য , গঠন আৰু ভূমিকা আলােচনা কৰা ।Discuss the Objectives , Composition and Role of the Trusteeship Council . উত্তৰঃ
৮। আন্তঃৰাষ্ট্ৰীয় আদালতৰ গঠন আৰু অধিকাৰ ক্ষেত্ৰৰ বিষয়ে আলােচনা কৰা । Discuss the Composition and Jurisdiction of the International Court of Justice .উত্তৰঃ
৯।Discuss the role of the UNO in resolving conflicts . In this context , discuss the importance of peace – keeping operations . [ G.U , 2014 ( Gen . ) ] উত্তৰঃ
১০। সচিবপ্রধানৰ ক্ষমতা আৰু কার্যাৱলী ব্যাখ্যা কৰা ।Explain the Powers and Functions of the Secretary General উত্তৰঃ
১১। ৰাষ্ট্ৰসংঘৰ সামূহিক নিৰাপত্তা ব্যৱস্থাৰ মূল্যায়ন কৰা । Evaluate the system of Collective Security of the United Nations . উত্তৰঃ
১২। Discuss the main goals and objectives of the UNO . What are the challenges faced by the UNO in achieving its goals ? [ G.U. 2014 ( Gen . ) ] উত্তৰঃ
১৩। ৰাষ্ট্ৰসংঘই ৰাজনৈতিক সমস্যা সমাধান কৰাত কৃতকার্য হােৱা বুলি ভাবা নে ? যুক্তি দৰ্শাই উত্তৰ দিয়া। Do you think that the United Nations has become successful in the solution of political problems ? Give reasons for your answer. উত্তৰঃ
১৪। অর্থনৈতিক আৰু সামাজিক বিষয়ত ৰাষ্ট্ৰসংঘৰ সফলতাৰ বিষয়ে আলােচনা কৰা । Discuss the Economic and Social Achievements of the U.N. উত্তৰঃ
১৫। ৰাষ্ট্ৰসংঘৰ চনত থকা শান্তিপূর্ণ উপায়ে বিবাদ মীমাংসা কৰাৰ উপায়ৰ বিষয়ে আলােচনা কৰা । Discuss the Pacific Settlement Disputes incorporated in the U.N. Charter . উত্তৰঃ
১৬। নিৰস্ৰীকৰণ আৰু অস্ত্রপাতি নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা পদক্ষেপসমূহ ব্যাখ্যা কৰা । Explain the steps taken by the U.N. for Disarmament and Arms Control . উত্তৰঃ
১৭। মানৱ অধিকাৰ ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা ব্যৱস্থা আলােচনা কৰা । Discuss the steps taken by the U.N. for promotion of Human Rights. উত্তৰঃ
১৮। জাতিসংঘৰ চুক্তি – পত্ৰ আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ মাজত থকা প্ৰভেদসমুহ ব্যাখ্যা কৰা । Explain the differences between the League Covenant and the U.N. Charter . উত্তৰঃ
১৯। জাতিসংঘৰ চুক্তি – পত্ৰ আৰু ৰাষ্ট্ৰসংঘৰ চনত থকা সাদৃশ্য আলােচনা কৰা । Discuss the Similarities between the League Covenant and the U.N. Charter . উত্তৰঃ
২০। What are the Millennium Development Goals ? Discuss the challenges faced by the developing countries in achieving these goals . [ G.U. 2014 ( Gen . ) ] উত্তৰঃ
২১। মানৱ অধিকাৰ ৰক্ষা কৰাৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ ভূমিকাৰ বিচাৰ কৰা । Examine the role of UNO towards protection of Human Rights . [ G.U. 2005 ( M ) , 2007 ( M ) ] উত্তৰঃ
২২। আন্তঃৰাষ্ট্ৰীয় বনুৱা সংগঠনৰ গঠন আৰু কার্যাৱলী ব্যাখ্যা কৰা । Explain the organisation and functions of the IL.O. উত্তৰঃ
২৩। খাদ্য আৰু কৃষি সংগঠনৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা । Discuss the organisation and functions of the F.A.O. উত্তৰঃ
২৪। ৰাষ্ট্ৰসংঘৰ শিক্ষা , বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ গঠন আৰু কার্যাৱলী ব্যাখ্যা কৰা । Explain the organisation and functions of the UNESCO . উত্তৰঃ
২৫। বিশ্ব স্বাস্থ্য সংস্থাৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা । Discuss the organisation and functions of the W.H.O. উত্তৰঃ
২৬। আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ গঠন আৰু কার্যাৱলী ব্যাখ্যা কৰা । Explain the organisation and functions of I.M.E উত্তৰঃ
২৭। আন্তঃৰাষ্ট্ৰীয় সহযােগিতাৰ আৱশ্যকতা আলোচনা কৰা । এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা কি ? Discuss the need for International co – operation . What is the role of U.N. in it ? [ G.U . 2008 ( G )উত্তৰঃ
২৮। ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰ ৰক্ষাৰ কাৰণে কেনে ব্যৱস্থা কৰিছে আলােচনা কৰা । What provisions are made in the U.N. Charter for the promotion of Human Rights ? — Discuss . [ G.U. 2008 ( G ) ] । উত্তৰঃ
২৯। শান্তিৰক্ষা অভিযান বুলিলে কি বুজা ? বিশ্ব শান্তি প্রতিষ্ঠাৰ ক্ষেত্ৰত শান্তিৰক্ষা অভিযানৰ ভূমিকা ব্যাখ্যা কৰা । উত্তৰঃ
৩০। সহস্রাব্দৰ বিকাশৰ লক্ষ্যসমূহ চমুকৈ উল্লেখ কৰা আৰু ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা । উত্তৰঃ
৩১। চমুটোকা লিখা ( Write short notes ): ( ক ) ন্যাসৰক্ষী পৰিষদ (Trusteeship Council) [G.U. 2014 (Gen.)] ( খ ) UN Charter [G.U. 2014 (M.)] ( গ ) কোৰিয়াৰ সমস্যা (Korean Problem) ( ঘ ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (United Nations Security Council) [G.U. 2014 (Gen. & M.)] ( ঙ ) কঙ্গো সমস্যা ( Congo Problem ) ( চ ) গ্ৰীচৰ সমস্যা ( Greek Problem ) ( ছ ) হাংগেৰীৰ সমস্যা ( Problem of Hungary ) ( জ ) ছুয়েজখাল সমস্যা ( Suez Crisis ) ( ঝ ) পেলেষ্টাইন সমস্যা ( Palestine Problem ) ( ঞ ) কাশ্মীৰ সমস্যা ( Kashmir Problem ) 
৩২। সহস্রাব্দৰ বিকাশৰ লক্ষই মানৱ বিকাশৰ মূল কোন তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে ? উত্তৰ
৩৩। সহস্রাব্দৰ বিকাশৰ লক্ষৰ ৰূপায়নৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰা । উত্তৰঃ
৩৪। সহস্রাব্দৰ বিকাশৰ লক্ষৰ ক্ৰটি সমূহ উল্লেখ কৰা ।  উত্তৰঃ
৩৫। কি পৰিস্থিতিত শান্তি ৰক্ষা অভিযানৰ উৎপত্তি হয় ? উত্তৰঃ
৩৬। শান্তি ৰক্ষা অভিযানৰ মূল নীতিসমূহ কি ? উত্তৰঃ
৩৭। শান্তি ৰক্ষা অভিযানে কি ধৰণে শান্তি প্রতিষ্ঠাত সহায় কৰে ? উত্তৰঃ
৩৮। শান্তি ৰক্ষা অভিযান সমূহে সাম্প্রতিক সময়ত কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ? উত্তৰঃ
Very Short Questions : ৩৯।” An agenda for peace ” is related to peace – keeping operations . ( Write True or False ) [ G.U. 2014 ( M . ) উত্তৰঃ
৪০। Chapter VI of the UN Charter deals with the pacific settlement of disputes ‘ . ( Write True or False ) [ G.U. 2014 ( M . ) ] উত্তৰঃ
৪১। শান্তি ৰক্ষা অভিযানৰ সংজ্ঞা দিয়া । উত্তৰঃ
৪২। শান্তি ৰক্ষা অভিযানক মূলতঃ কেই ভাগত ভগাব পাৰি ? 
উত্তৰঃ৪৩। সাম্প্রতিক সময়ত বিশ্বত সংঘটিত হােৱা সংঘৰ্ষসমূহৰ প্ৰকৃতি কি ? ৪৪। দ্বিতীয় প্রজন্মৰ শাস্তি ৰক্ষা অভিযানসমূহক কি আখ্যা দিয়া হৈছে ? উত্তৰঃ
৪৫। দ্বিতীয় প্রজন্মৰ শান্তি ৰক্ষা অভিযানত কি ধৰণৰ শক্তি প্রয়ােগ কৰা হয় আৰু কি উদ্দেশ্যে কৰা হয় ? উত্তৰঃ
৪৬। কোনখন চহৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় অবস্থিত ? The headquarters of the UNO is located in which city ? উত্তৰঃ
৪৭। প্রথম প্রজন্ম আৰু দ্বিতীয় প্রজন্মৰ যিকোনাে দুটা শান্তি ৰক্ষা অভিযানৰ নাম উল্লেখ কৰা । [ G.U. 2014 ( Gen . ) ] উত্তৰঃ
৪৮। সহস্রাব্দৰ বিকাশৰ লক্ষ্যৰ সূচনা কেতিয়া হয় ? উত্তৰঃ
৪৯। সহস্রাব্দৰ বিকাশৰ লক্ষ্যৰ মূল ভিত্তি কি ? উত্তৰঃ
৫০। বা কী – মুন ৰাষ্ট্ৰসংঘৰ সপ্তমগৰাকী সচিবপ্রধান । ( শুদ্ধ নে অশুদ্ধ লিখা ) Ban Ki – moon is the seventh Secretary – General of the UNO . ( Write True or False ) [ G.U. 2014 ( Gen . ) উত্তৰঃ
৫১। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ ‘ ভেটো ক্ষমতা আছে । ( শুদ্ধ নে অশুদ্ধ লিখা ) The Permanent Five members of the UNSC have the right to veto ( Write True or False ) [ G.U. 2014 ( Gen . ) ] উত্তৰঃ
৫২। সহস্রাব্দৰ বিকাশৰ লক্ষ্যৰ মূল উদ্দেশ্য কি ? উত্তৰঃ
৫৩। সহস্রাব্দৰ বিকাশৰ লক্ষ্যসমূহ আহৰণৰ বাবে স্থিৰ কৰা নির্দিষ্ট সময়সীমা কি ? উত্তৰঃ
৫৪। সহস্রাব্দৰ বিকাশৰ লক্ষ্যত্ৰ কেইটা প্রধনি লক্ষ্য সন্নিবিষ্ট কৰা হৈছে । উত্তৰঃ
৫৫। সহস্রাব্দৰ বিকাশৰ লক্ষ্যসমূহ ৰূপায়ণৰ দায়িত্ব কোনবােৰ দেশৰ ওপৰত ন্যস্ত কৰা হৈছে ?উত্তৰঃ

Type: Ankur Raj Deka