ৰাজনৈতিক তত্ত্ব আৰু ইয়াৰ প্ৰয়োগ | Chapter 5 | B.A First Semester Political Science Question Answer Assamese Medium | B.A First Semester Political Science Suggestion | B.A First Semester Political Science Free Question Answer Notes | B.A First Semester Political Science Solution | ৰাজনৈতিক তত্ত্ব আৰু ইয়াৰ প্ৰয়োগ পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter-5

ৰাজনৈতিক তত্ত্ব আৰু ইয়াৰ প্ৰয়োগ

দীঘলীয়া প্রশ্ন: 

১. কার্যপদ্ধতিমূলক গণতন্ত্র কাক বােলে? ইয়াৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা। 

What is Procedural Democracy? Discuss its characteristics. 

২. কার্যপদ্ধতিমূলক গণতন্ত্র আৰু মূলগত গণতন্ত্রৰ পাৰ্থক্যসমূহ আলােচনা কৰা।

 Discuss the differences between procedural and substantive democracy.

৩. দৃশগ্রহণকাৰী গণতন্ত্র কি? অদৃশগ্রহণ আৰু প্রতিনিধিত্বৰ মাজৰ সম্পর্ক আলােচনা কৰা।

( What is Participatory Democracy? Discuss the relationship between participation and representation.) 

৪. গণতন্ত্রৰ ধাৰণাটোৰ বিৱর্তন সম্পর্কে এক আলােচনা আগবঢ়োৱা।  Discuss about the evolution of the idea of democracy.

৫. গণতন্ত্রৰ ধাৰণাৰ ইতিহাসৰ ওপৰত এটি টোকা লিখা।

 Discuss the evolution of democracy as an idea. 

৬. গণতন্ত্রৰ সংজ্ঞা দিয়া। উদাৰ গণতন্ত্রৰ অৰ্থ আৰু বিভিন্ন নীতিবােৰ আলােচনা কৰা।

Define Democracy. Discuss the meaning and various principles of Liberal Democracy. 

৭. কার্যপদ্ধতিগত গণতন্ত্র কি? ইয়াৰ মৌলিক নীতি আৰু বৈশিষ্ট্যসমূহ আলােচনা কৰা। 

What is procedural democracy? Discuss its principles and features. 

৮. গণতন্ত্রৰ মূল নীতিসমূহ কি কি? 

What are the basic principles of democracy? 

৯. গণতন্ত্রৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা। Define Democracy and discuss its characteristic features. 

১০. প্রত্যক্ষ গণতন্ত্রই কি বুজায়? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ আলােচনা কৰা। 

What is Direct Democracy? Discuss the various devices of Direct Democracy.

১১. প্রত্যক্ষ গণতন্ত্রৰ গুণ আৰু দোষসমূহ পৰীক্ষা কৰা।

 Examine the merits and defects of Direct Democracy. 

১২. গণতন্ত্রৰ গুণ আৰু দোষবিলাক আলােচনা কৰা। 

Discuss the merits and demerits of Democracy.

১৩. গণতন্ত্রৰ বহুত্ববাদী তত্ত্বটো আলােচনা কৰা। ইয়াৰ বৈশিষ্ট্য আৰু সীমাবদ্ধতা লিখা। 

(Discuss the pluralist theory of democracy. What are its merits and demerits?)

১৪. গণতন্ত্রৰ বহুত্ববাদী তত্ত্বটো বিশ্লেষণ কৰা।

Analyze the pluralist theory of democracy. 

১৫. গণতন্ত্র কৃতকার্য হােৱাৰ চৰ্তসমূহ আলােচনা কৰা। 

Discuss the conditions for the successful working of Democracy. 

১৬. গণতন্ত্রৰ ভৱিষ্যৎ সম্পর্কে আভাস দিয়া। 

Give your opinion about the future of Democracy.

১৭. গণতন্ত্ৰৰ মার্ক্সবাদী তত্ত্বটো লিখা। ইয়াৰ বৈশিষ্ট্য আৰু সীমাবদ্ধতা লিখা। 

Write the Marxist view on democracy. What are its merits and demerits? 

১৮. গণতন্ত্র আৰু একনায়কত্ববাদৰ মাজত থকা প্রভেদসমূহ লিখা। Write the differences between Democracy and Dictatorship. 

১৯. গণতন্ত্রৰ সাফল্যৰ প্রয়ােজনীয় চৰ্তাৱলী কি কি? 

What are the conditions necessary for the successful working of democracy?

২০. গণতৰ অৱধাৰণাটো ব্যাখ্যা কৰা।

Explain the Concept of Democracy 

২১. What do you mean by liberal democracy Discuss the main features of liberal democracy.

২২.  Examine the Marxist concept of democracy. 

২৩. প্রত্যক্ষ আৰু পৰোক্ষ পতাৰ পার্থক্য আলােচনা কৰা। 

Discuss the differences between Direct and Indirect Democracy. 

২৪.  What is pluralist theory of democracy? Explain the pluralist theory of democracy. 

২৫. What is democracy? Discuss the Marxian theory of democracy. 

২৬. Define democracy. Discuss the classical notion of democracy.

২৭. সনাতন গণতন্ত্ৰৰ বিষয়ে চমু আলােচনা কৰা। 

Write in brief about the Classical Democracy. 

২৮. উদাৰ গণতন্ত্রৰ ধাৰণাটো বিচাৰ কৰা। ইয়াৰ বিভিন্ন নীতিসমূহ আলােচনা কৰা। 

Examine the Concept of liberal Democracy, Discuss the various principles of Liberal Democracy. 

২৯. উদাৰ গণতন্ত্র মানে কি বুজা? ইয়াৰ আদৰ্শাৱলী লিখা।

What do you mean by liberal democracy? Write its principles. 

৩০. এৰিষ্টটলক গণতন্ত্র সমর্থক বুলি ক’ব পাৰিনে? যুক্তি দৰ্শাই উত্তৰ দিয়া। 

৩১. গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ লিখা।

 ( Write down the characteristics of Democracy. ) 

৩২. মার্ক্সীয় গণতন্ত্র বুলি ক’লে কি বুজা? 

What do you mean by Marxian Democracy? 

৩৩. মার্ক্সীয় গণতন্ত্র বৈশিষ্ট্যবােৰ উল্লেখ কৰা। 

Mention the characteristics of Marxian Democracy. 

৩৪. উদাৰনৈতিক গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

Mention the features of Liberal Democracy. 

৩৫. গণতন্ত্র কি? গণতন্ত্র শ্রেষ্ঠত্ববাদী তত্ত্বটো আলােচনা কৰা।

What is democracy? Discuss elitist theory of democracy. 

৩৬. সম্ভ্ৰান্তবাদী বা এলিটবাদী গণতৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা।

 Mention the characteristics of the Elitist Democracy.

৩৭. বহুত্ববাদী গণতন্ত্র বুলি ক’লে কি বুজা?

What do you mean by the Pluralist Democracy?

৩৮. গণতন্ত্রৰ বহুত্ববাদী তৰুৰ দুজন সমর্থকৰ নাম উল্লেখ কৰা।

 Mention two supporters of pluralist theory of democracy.

৩৯. বহুত্ত্ববাদী গণতন্ত্ৰৰ বৈশিষ্ট্যবােৰ কি কি? 

What are the characteristics of the Pluralist Democracy?

৪০. Robert Dahl ৰ বহুবাদী গণতান্ত্রিক ধাৰণাৰ বিষয়ে সংক্ষেপে লিখা। 

Write in brief Robert Dahl’s Conception of the Pluralist Democracy.

৪১. গণতন্ত্রৰ বিভিন্ন তসমূহ কি কি? এই তত্বসমূহ বহলাই লিখা। What are the various theories of Democracy? Write Claborately these theories.

৪২. What do you mean by the third world? Discuss the differences between third world democracy and Western liberal democracy.

৪৩. প্ৰত্যক্ষ গণতন্ত্ৰ বুলিলে কি বূজা?  প্ৰত্যক্ষ গণতন্ত্ৰৰ আহিলাসমূহ আলোচনা কৰা। (What do you mean by direct democracy? Discuss various devices of direct democracy.)

৪৪. কার্ল ম্যানহেইম, জেছ বার্ণহাম, জোছেভ এ. স্কুমপীটাৰ আৰু জি. ছাৰটৰীয়ে আগবঢ়োৱা গণতন্ত্ৰৰ সংস্কাৰকামী দৃষ্টিভংগী ব্যাখ্যা কৰা।

( Explain the revisionist view of democracy extended by Karl Mannheim James Burnham, J.A. Schumpeter and G. Sartori. ) 

৪৫. সমানুপাতিক প্রতিনিধিত্বৰ সপক্ষে আৰু বিপক্ষে যুক্তিসমূহ উল্লেখ কৰা। 

( Mention the arguments in favour and against proportional representation. 

চমু প্রশ্ন :

১. বিংশ শতিকাত গণতন্ত্র সম্প্রসাৰিত হােৱাৰ দুটা কাৰণ উল্লেখ কৰা। 

Write two factors behind the expansion of democracy in the 20th Century. 

২. কার্যপদ্ধতিগত গণতন্ত্রৰ দুটা উপাদান লিখা।

Write two elements of procedural democracy. 

৩. আলােচনামূলক গণতন্ত্র কাক বােলে?

( What is deliberative democracy. )

৪. আলােচনামূলক গণতন্ত্রৰ দুটা গুণ আৰু দোষ উল্লেখ কৰা। National two merits and demerits of deliberative democracy.

৫. গণতন্ত্রৰ সংস্থাপিত তত্ত্বৰ দুগৰাকী প্রখ্যাত পৃষ্ঠপােষকৰ নাম লিখা। 

Write the names of two most famous exponents of classical democratic theory.

৬. সম্ভ্ৰান্তবাদী বা এলিটবাদী গণতন্ত্রৰ ধাৰণা বুলি ক’লে কি বুজা? What do you mean by the term Elitist Democracy? 

৭. উদাৰ গণতন্ত্রৰ মূল বৈশিষ্ট্যসমূহ কি কি?

What are the salient features of liberal democracy?

৮. সম্ভ্ৰান্তবাদী গণতন্ত্রৰ যিকোনাে চাৰিটা বৈশিষ্ট্য 

Any four characteristics of Elitist Democracy. 

৯. মার্ক্সীয় গণতন্ত্ৰৰ যিকোনাে চাৰিটা বৈশিষ্ট্য 

Any four characteristics of Marxian Democracy. 

১০. বহুত্ববাদী গণতন্ত্ৰৰ যিকোনাে চাৰিটা বৈশিষ্ট্য

( Any four characteristics of Pluralist Democracy.)

১১. Differences between classical and liberal democracy.

১২.গণতন্ত্রৰ শ্ৰেষ্ঠতাবাদী। এলিটবাদী তত্ত্বৰ পাঁচটা বৈশিষ্ট্য লিখা । Write five features of elitist theory of democracy . 

১৩. উদাৰ গণতন্ত্রৰ মূল নীতিসমূহ কি কি?

What are the basic principles of liberal democracy? 

১৪. গণতন্ত্রৰ মূল নীতিসমূহ কি কি?

( What are the basic principles of democracy? ) 

১৫. গণতন্ত্রৰ দুটা গুণ লিখা।

 ( Write two merits of democracy. )

১৬. পৰােক্ষ গণতন্ত্রৰ দুটা দোষ উল্লেখ কৰা।  

Mention two demerits of indirect democracy 

১৭.  উদাৰ গণতন্ত্রৰ দুটা নীতি উল্লেখ কৰা। 

 ( Write two principles of liberal democracy. 

১৮. উদাৰ গণতন্ত্রৰ দুটা বৈশিষ্ট্য লিখা। 

( Write two features of liberal democracy.

১৯. গণতন্ত্ৰৰ বহুত্ববাদ তত্ত্বৰ দুটা দোষ লিখা। 

Write two defects of pluralist democracy

২০. প্ৰত্যক্ষ গণতন্ত্ৰ দুটা উপাদান লিখা।

(Write to elements of direct democracy.)

২১. গণতন্ত্ৰৰ শ্ৰেষ্ঠতাবাদী তত্ত্বৰ দুজন পৃষ্ঠপােষকৰ নাম উল্লেখ কৰা।

 Mention two exponents of elitist theory of democracy.

২২.  Do you agree that Indian democracy is successful democracy? Give two reasons.

২৩. গণতন্ত্রৰ অভিজাত তত্ত্বৰ দুটা সীমাবদ্ধতা লিখা। 

Write two limitations of the elitist theory of democracy. 

২৪. অংশগ্রহী গণতন্ত্রৰ ওপৰত এটি টোকা লিখা।

Write a note on participatory democracy.

২৫. চমু টোকা লিখা।( Write short notes on ) 

(a) গণতন্ত্ৰৰ সফলতাৰ চৰ্তসমূহ ( Conditions essential for successful working of democracy ) 

(b) পৰােক্ষ গণতন্ত্র ( Indirect Democracy ) 

(c) প্রত্যক্ষ গণতন্ত্র ( Direct Democracy )

(d) উদাৰনৈতিক গণতন্ত্র ( Liberal Democracy ) 

(e) গণতন্ত্রৰ সংজ্ঞা ( Definition of Democracy )

(f) সম্রান্তবাদী গণতন্ত্র ( Elitist Democracy ) 

(g) বহুত্ববাদ ( Pluralism ) 

(h) বহুত্ববাদী গণতন্ত্র (Pluralist Democracy)

(i) প্রতিনিধিত্ব (Representation)

j) মার্ক্সবাদী গণতন্ত্র (Marxian Democracy) 

(k) ধ্রুপদী গণতন্ত্র (Classical democracy) 

(I) পর্যালােচনামূলক গণতন্ত্র (Deliberative Democracy)

অতি চমু প্রশ্ন :

১. গণতন্ত্রৰ সােণালী যুগ ‘ বুলি আমি কোনটো শতিকাক কোৱা হয়? Which century is regarded as the ‘ Golden Age of democracy? 

২. কার্যপদ্ধতিগত গণতন্ত্রৰ এজন পৃষ্ঠপােষকৰ নাম লিখা।

Name one exponent of procedural democracy 

৩. ‘ Deliberative Democracy : The Majority Principle in Republican Government ‘ নামৰ গ্ৰন্থখনৰ ৰচক কোন? ( Who is the author of the book ‘ Deliberative Democracy : The Majority Principle in Republican Government.” 

৪. ‘ Participation in America : Political Democracy and Social Equality ‘ নামৰ গ্ৰন্থখনৰ ৰচক কোন? 

( Who is the author of the book “ Participation in America : Political Democracy and Social Equality) 

৫. “Liberalism” গ্রন্থখনৰ লিখক কোন?

(Who is the author of the book “ Liberalism?) 

৬. মচকা’ৰ লিখা বিখ্যাত কিতাপখনৰ নাম কি?

 (Name the famous book written by Mosca.) 

৭. সম্ভ্ৰান্তবাদী গণতন্ত্রক সমর্থন কৰা ব্যক্তি এজনৰ নাম লিখা। 

Write the name of a person who supports the Elitist Democracy. 

৮. এলিটবাদী / বহুত্ববাদী / মাকবািদী গণতান্ত্রিকত্ব সম্পূর্ণ ৰূপে উদাৰ গণতান্ত্রিক বিৰােধিতা কৰে। ( শুদ্ধ উত্তৰ বাছি দিয়া) 

The Elitist / Pluralist / Marxist theory of democracy is in total opposition to the conception of liberal democracy ( Choose the correct answer )

৯. গণভােট হৈছে প্রত্যক্ষ গণতন্ত্র / পৰােক্ষ গণতন্ত্র / বহুত্ববাদ গণতন্ত্রৰ এটা উপাদান। ( শুদ্ধ উত্তৰ বাছি দিয়া ) 

Referendum is an element of direct democracy / indirect democracy / pluralist democracy. ( Choose the correct answer )

১০.  The Elitist / Pluralist / Marxist theory of democracy is in total opposition to the conception of liberal democracy

১১. Pluralist theory of democracy supports the concept of decentralisation / centralisation of power. ( Choose the correct answer )

১২. Who was the first to use the term ‘ elite ‘?

 Marxists / Liberalists / Elitists believe that revolution is essential to establish real democracy. ( Choose the correct answer ) 

১৪. “ Political Man ” নামৰ কিতাপখনৰ লিখক কোন? 

( Who is the writer of the book “ Political Man”? ) 

১৫. Dahrendart- ৰ লিখা কিতাপখনৰ নাম কি? ( Name the book written by Dahrendarf. ) 

১৬. Robert Dahl ৰ লিখা বিখ্যাত কিতাপখনৰ নাম লিখা।

 ( Name the famous book written by Robert Dahl. ) 

১৭. গণ-অভিমত হ’ল প্রত্যক্ষ গণতন্ত্রৰ এটা উপাদান। 

 Plebiscite is an element of direct democracy.  

১৮. হেলৱেল কোন আছিল? 

(Who was Hallowell?)

১৯. এজন উদাৰতাবাদীৰ নাম উল্লেখ কৰা।

 ( Name an advocate of Liberalism ) 

২০. “ Communist Manifesto ‘ ৰ লিখক কোন? 

Who is the author of the book ” Communist Manifesto” ?

২১. বৈজ্ঞানিক সমাজবাদৰ জনক কোন?

 (Who is the father of Scientific Socialism”?) 

২২. সনাতন গণতান্ত্রিক এজনৰ নাম লিখা।

 (Mention the name of a Classical Democracy.) 

২৩. প্রত্যক্ষ গণতন্ত্রৰ এটা পদ্ধতি উল্লেখ কৰা।

  Mention one of the methods of direct democracy’

 ২৪. প্রত্যক্ষ গণতন্ত্ৰৰ যিকোনাে এটা পদ্ধতি কি দৰে সম্পাদিত হয় উল্লেখ কৰা।

 Mention any one method through which direct democracy is practised.

২৫. গণ – অভিমত হ’ল প্রত্যক্ষ গণতন্ত্রৰ এটা উপাদান ( শুদ্ধ নে অশুদ্ধ লিখা ) 

Plebiscite is an element of direct democracy. ( Write true or false ) 

২৬. প্রত্যাৱর্তনৰ আদেশ হৈছে পৰােক্ষ গণতন্ত্রৰ এটা পদ্ধতি। শুদ্ধ নে অশুদ্ধ লিখা ) 

Recall is a method of indirect democracy. (Write true or false ) 

২৭. Referendum is an element of direct democracy / indirect democracy / pluralist democracy. ( Choose the correct word ) গণভােট হৈছে প্রত্যক্ষ গণতন্ত্র / পৰোক্ষ গণতন্ত্র / বহুত্ববাদ গণতন্ত্রৰ এটা উপাদান ( শুদ্ধ উত্তৰ বাচি উলিওৱা ) 

২৮. Referendum is a device of direct democracy. ( Write True or False ) 

গণভােট হ’ল প্রত্যক্ষ গণতন্ত্রৰ এটা কৌশল। ( শুদ্ধ নে অশুদ্ধ লিখা) 

২৯. “ গণতন্ত্র হৈছে সকলােৰে অধিকাৰ থকা এখন চৰকাৰ। ” উক্ত সংজ্ঞাটো কাৰ?

 (“Democracy is the government in which everyone has a share. Whose definition is this? )

(শুদ্ধ উত্তৰটো বাছি উলিওৱা) 

(i) Barkar (বার্কাৰ) (ii) John Seely ( জন চিলী ) (iii) Dicey. (ডাইচি)

Type- Nayan Jyoti Bordoloi