ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ বিভিন্ন দৃষ্টিভংঙ্গীসমূহ | Chapter 1 (c) | Approaches to Political Theory | B.A 1st Sem Political Science Notes and Suggestion | Assamese medium | Question and Answer Assam | Guwahati University Political Science Note

Chapter-1 (C)

ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ বিভিন্ন দৃষ্টিভঙ্গীসমূহ

Approaches to Political Theory

প্ৰশ্নাৱলী 

(Questions)

১. ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ দৃষ্টিভঙ্গী দুটা কি কি?

What are two different perspectives of studying political theory?

২. আদৰ্শ স্থাপনকাৰী তত্ত্বৰ ওপৰত এটা টোকা লিখা।

Write a note on normative political theory.

৩.ঐতিহাসিক দৃষ্টিভঙ্গীৰ বিষয়ে এটা টোকা লিখা।

Write a note on historical approach.

৪. অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্বৰ বিষয়ে এটা টোকা লিখা।

Write a note on empirical poilitical Theory.

৫. আচৰণবাদী দৃষ্টিভঙ্গীটো সমালোচকসহ আলোচনা কৰা।

Critically discuss the behavioural approach.

৬. David Easfon উল্লেখ কৰা আচৰণবাদৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Discuss the main features of behaviouralism as mentioned by Devid Easton.

৭. আচৰণবাদোত্তৰ দৃষ্টিভঙ্গীৰ David Easton-এ উল্লেখ কৰা বৈশিষ্টসমূহ লিখা।

Write the features of post-behavioralism mentioned by David Easton.

৮. আচৰণবাদোত্তৰ দৃষ্টিভঙ্গীৰটো সমালোচনাসহ আলোচনা কৰা।

Critically discuss the post-behavioural approach.

৯. বিভিন্ন প্ৰকাৰৰ আদৰ্শবাদী বা পৰম্পৰাগত দৃষ্টিভঙ্গী বৰ্ণনা কৰা।

Explain different forms of normative or traditional apporaches.

১০. অভিজ্ঞতাবাদী দৃষ্টিভঙ্গী আৰু আদৰ্শস্থাপনকাৰী দৃষ্টিভঙ্গীৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰা।

Discuss the differences between empirical and normative approaches.

Parishmita Hazarika