ৰাজনৈতিক তত্ত্বৰ পৰিচয় | Chapter 1 | B.A First Semester Political Science Question Answer Assamese Medium | GU 1st Semester Political Science Solution | 1st Semester Political Science Suggestion | B.A Frist Semester Political Science Free Question Answer Notes | B.A First Semester Political Science Question Answer | ৰাজনৈতিক তত্ত্বৰ পৰিচয় | Gauhati University Political Science 1st Semester Honours | ড° কৃপেশ চন্দ্ৰ পাল, অধ্যাপক প্ৰতুল চন্দ্ৰ নায়ক, ড° ৰাতুল চন্দ্ৰ নায়ক, ড° গৌতম চন্দ্ৰ ৰয় Political Science Question and Answer Assamese Medium ।

Chapter-1 

ৰাজনৈতিক তত্ত্বৰ পৰিচয়

1. ৰাজনীতি বুলিলে কি বূজা?

What do you mean by Politics.

2. ৰাজনীতি সংজ্ঞা দিয়া।

Define Politics.

3. ”Modern Political Anaysis” গ্ৰন্থৰ লিখক কোন? 

Who is the author of the book ”Modernn Political Analysis.”

4. ”ৰাজনীতি হ’লমূল্যবোধৰ কৰ্তৃত্বশীলভাৱে বিৱৰণ।”-কোনে কৈছিল?

”Politics is the authoritative allocation of valuses”-Who said?

5. ”Politics, Who gets what, when and how” who is the author of the book ”Politics, who gests what, when and how”?

কিতাপখনৰ লেখক কোন?

6. ”Modern Politics and Government” কিতাপখনৰ লেখক কোন?

Who is the author of the book ”Modern Politics and Government

7. ”ৰাজনীতি হৈছে ক্ষমতা গঢ় লৈ উঠা আৰু ইয়াৰ বিতৰণ প্ৰক্ৰিয়া” কথাষাৰ কোনে কৈছিল?

 ”Politics is the study of shaping and sharing of Power”. Who Said this?

8. ”ৰাজনীতি হ’ল প্ৰভাৱ আৰু প্ৰভাৱশালীসকল সম্পৰ্কে অধ্যয়ন।” কথাষাৰ কোনে কৈছিল? 

“Politics is the study of influence and influentials”. Who said this?

 9. কোনে ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠ বিজ্ঞান বুলি কৈছিল? 

Who said that Political Science is the Master Science. 

 10. “Politics and Vision” গ্রন্থখনৰ লেখক কোন?

 Who wrote the book , ” Politics and Vision”. 

11. “ইতিহাস হ’ল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হ’ল বৰ্তমানৰ ইতিহাস।” কথাষাৰ কোনে কৈছিল? 

“ History is Past Politics , Politics is Present History.” -Who said this? 

12. “A History of Political Theory” ( 1902 ) কিতাপখনৰ লেখক কোন? 

Who wrote the book” A History of Political Theory” ( 1902 )?

13. ৰাজনৈতিক তত্ত্বৰ শ্রেণী বিভাজন সম্পর্কে আলােচনা কৰা। Discuss about the classification of Political Theory. 

14. ৰাজনৈতিক তত্ত্ব কি? ইয়াৰ প্ৰকাৰসমূহ কি কি? 

What is Political Theory. What are its various forms? 

15. ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব হ্রাস বা অৱসান সম্পর্কে আলােচনা কৰা। 

Is there decline of Political Theory. -Explain. 

16. ৰাজনীতিৰ ধাৰণাৰ প্ৰকৃতিৰ আলােচনা কৰা।

 Discuss about the Nature of Politics. 

17. “ ৰাজনীতি হ’ল মূল্যৰ কর্তৃত্বপূর্ণ বণ্টন।” আলােচনা কৰা।”

 Politics is authoritative allocation of Values. ”Discuss. 

18. ৰাজনীতিক এক প্রক্রিয়া হিচাপে আলােচনা কৰা। 

Discuss Politics as a Political Process. 

19. ৰাজনীতিৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা।

 Discuss the features of Politics. 

20. ৰাজনৈতিক বুলিলে কি বুজা।

 What do you mean by Political. 

21. ৰাজনৈতিক ধাৰণাৰ তত্ত্বকৰণ সম্পর্কে আলােচনা কৰা।

 Discuss about the theorising about Politics.

Type- Nayan Jyoti Bordoloi