৬। ব্যাকৰণ ৰচনাৰ উদ্দেশ্য কেনেধৰণৰ চমুকৈ লিখা।

উত্তৰঃ ব্যাকৰণ ৰচনাৰ মূলত উদ্দেশ্য হৈছে ভাষা এটাৰ গাঁথনিক দিশ সম্পৰ্কে পুংখানুপংখযভাৱে আলোচনা কৰা। অৰ্থাৎ ভাষা এটাৰ বৈশিষ্ট্য ভাষাটোত ব্যৱহাৰ হোৱা ধ্বনি, বাক্য গাঁথনি, শব্দভাণ্ডাৰ, প্ৰত্যয়, বিভক্তিকে আদি কৰি আন আন ব্যাকৰণগত দিশ আদিৰ বিষয়ে আলোচনা কৰাই হৈছে ব্যাকৰণৰ মূল উদ্দেশ্য চমুকৈ ক’বলৈ হ’লে ভাষা অটাৰ গাঁথনিক দিশকে আদি কৰি বিভিন্ন দিশত ভঠাষাটো শুদ্ধ আৰু ৰূপৰ বিচাৰ কৰাই হৈছে ব্যাকৰণ ৰচনাৰ মূল উদ্দেশ্য। ব্যাকৰণৰ ভাষাটোৰ গঠন কৰা হয়।