উওৰ = কৰতোৱা নৈ খনৰ প্ৰাগজ্যেতিষ ৰাজ্যৰ পশ্চিম সীমা অৱহিত।
২মেকডনেলৰ মতে ভাৰতৰ প্ৰাচীন মহাকাব্য ৰামায়ণ কিমানটা খৃঃপূ ৰচনা কৰা হৈছিল।
উওৰ = মেকডনেলৰ মতে ভাৰতৰ মহাকাব্য ৰামায়ণ ৫০০ টা খৃঃপূ ৰচনা কৰা হৈছিল।
৩.মহাভাৰত মহাকাব্য খন কিমান পৰা কিমানৰ ভিতৰত খৃঃপূ ৰচনা কৰিছিল।
উওৰ = মহাভাৰত মহাকাব্য খন ৫০০ পৰা ৪০০ খৃঃপূ ভিতৰত ৰচনা কৰিছিল।
৪.ৰামায়ণত আদিকাণ্ডত প্ৰাগজ্যেতিষ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল।
উওৰ = ৰামায়ণ আদিকাণ্ডত প্ৰাগজ্যেতিষ ৰাজ্য অমূৰ্তৰাজে প্ৰতিষ্ঠা কৰিছিল ।
৫.ৰামায়ণত কিষ্কিন্ধা কাণ্ডত কোনখন নগৰত বৰাহ পৰ্বত ওপৰত প্ৰতিষ্ঠিত হৈছিল।
উওৰ = ৰামায়ণত কিষ্কিন্ধা কাণ্ডত প্ৰাগজ্যেতিষ নগৰখন বৰাহ পবৰ্ত ওপৰত প্ৰতিষ্ঠিত হৈছিল।
৬. মহাভাৰতৰ সভা ৰাজপৰিযাল সমূহ সদস্য় নাম লিখা।
উওৰ = মহাভাৰতৰ সভা সমূহ ৰাজপৰিয়ালৰ সদস্য় নাম হল – অস্ববেধ, উদ্যেগ , দ্ৰোণ, ভীষ্ম আৰ কৰ্ণ ।
৭. প্ৰাগজ্যেতিষপুৰ থকা দুটা জনগোষ্ঠীৰ নাম লিখা ।
উওৰ = প্ৰাগজ্যোতিষপুৰ থকা দুটা জনগোষ্ঠীৰ নাম হল – কিৰাণ ,চীন ।
৮.কৌটিল্যই কামৰপৰ অথনৈতিক লগত জডিত দুখন ঠাই নাম লিখা।
উওৰ = কৌটিল্যই কামৰপৰ অথনৈতিক লগত জডিত দুখন ঠাই নাম হল – সূৱৰ্ণকাণ আৰ পৰলৌহত্য ।
৯) ভাৰতৰ স্মৃতি শাস্ৰবোৰ নাম কি আছিল।
উওৰ = ভাৰতৰ শাস্ৰবোৰ নাম হল – মনুস্মৃতি , কামাণ্ডক নীতিসাৰ যাজ্ঞবল্ক ।
১০) কামৰপৰ সমসাময়িক উল্লেখযোগ্য সমল বোৰ নাম কি আছিল।
উওৰ= কামৰপৰ সমসাময়িক উল্লেখযোগ্য সমল বোৰ নাম হল – নাটক, ৰাজসভাৰ কবিতা , ঐতিহাসিক আৰ অৰ্দ্ধঐতিহাসিক ।
১১) কালিদাসৰ ৰঘুবংশত ৰচনা কৰা গ্ৰন্হ খনৰ নাম কি?
উওৰ = কালিদাসৰ ৰঘুবংশত ৰচনা কৰা গ্ৰন্হৰ নাম হল – পঞ্চম শতিকাৰ ।