১৯। অসমীয়া ভাষাত কি কি চাৰিবিধ শব্দ পোৱা যায় ?

উত্তৰঃ অসমীয়া ভাষাত চাৰিবিধ শব্দ পোৱা যায়: সেইবোৰ হ’ল-
ক। তৎসম বা অবিকৃত সংস্কৃত

খ। তদ্ভৱ বা সংস্কৃতৰ পৰা উদ্ভৱ হোৱা শব্দ

গ। দেশী বা নিভাঁজ অসমীয়া শব্দ আৰু

ঘ।বিদেশী শব্দ

এই চাৰিওবিধ প্ৰকাৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। শব্দৰ দিশত চাৰি প্ৰকাৰৰ শব্দৰ গুৰুত্ব আছে