স্বাধীনোত্বৰ কালত ভাৰতীয় শিক্ষাৰ বিকাশ (Development of Indian Education in Post Independence Period) | Unit 1 | Development of Indian Education in Post Independence Period | B.A 3rd Semester Education 3 Major Question and Answer Assamese Medium | Gauhati University TDC B.A 3rd Semester 3 Major Unit 1 Development of Indian Education in Post Independence Period Question and Answer Assam | ভাৰতৰ শিক্ষাৰ বিকাশ প্ৰথম অধ্যায় স্বাধীনোত্বৰ কালত ভাৰতীয় শিক্ষাৰ বিকাশ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

স্বাধীনোত্বৰ কালত ভাৰতীয় শিক্ষাৰ বিকাশ 

(Development of Indian Education in Post Independence Period)

প্ৰশ্নাৱলী

১. চমু প্ৰশ্ন (Short Question)

i) কিমান চনত ভাৰতীয় সংবিধানৰ প্ৰণয়ন হৈছিল আৰু সংবিধানৰ সভাপতি কোন আছিল ? (In which year Indian Constitution was constituted and who was the chairman of the constitution ?)

উত্তৰঃ  

ii) ভাৰতীয় সংবিধানৰ জড়িত থকা বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা, ধৰ্মীয় শিক্ষা আৰু সংখ্যালঘু সকলৰ বাবে থকা সুবিধা সমূহ লিখা । (Write the provisions of Indian Constitution related with free and compulsory education, secular education and Education for Minorities.)

উত্তৰঃ

iii) ভাৰতীয় সংবিদানত জড়িত থকা শিক্ষানুষ্ঠানত সম-অধিকাৰ, শিক্ষা আহৰণ আৰু কাম-কৰাৰ অধিকাৰ সন্দৰ্ভত অনুচ্ছেদ কেইটা উল্লেখ কৰা । (Write the article of the equality of opprtunity in Educational Institutions, Right of Education to work concerned with the Indian Constitution.)

উত্তৰঃ

iv) শিক্ষাৰ ক্ষেত্ৰত সমৱৰ্ত্তী সূচীৰ অধীনত থকা কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কাৰ্য চাৰিটা লিখা । (Write four functions of Central Government under concurrent list in education.)

উত্তৰঃ

v) কিমান চনত ৰাধাকৃষ্ণণ আয়োগ গঠণ কৰা হৈছিল আৰু ইয়াৰ প্ৰতিবেদন দাখিল কৰা হৈছিল ? (In which year Radhakrishan Commission was constituted and submitted its report ?)

উত্তৰঃ

vi) ৰধাকৃষ্ণণ আয়োগৰ চাৰিজন স্থায়ী সদস্যৰ নাম লিখা । (Write the name of four permanent members of Radhakrishnan Commission.)

উত্তৰঃ

vii) শিক্ষাদানৰ মানদণ্ড উন্নত কৰাৰ বাবে ৰাধাকৃষ্ণণ আয়োগৰ দুটা পৰামৰ্শ লিখা । (Write two suggestions of Radhakrishnan Commission for the improvement of standard of Teaching.)

উত্তৰঃ

viii) কৃষি বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণ আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা ।(Write two suggestions of Radhakrishnan Commission on Agricultural Education.)

উত্তৰঃ

ix) শিক্ষা মাধ্যম সম্পৰ্কে আগবঢ়োৱা বিশ্ববিদ্যালয় শিক্ষা আয়োগে দিয়া দুটা পৰামৰ্শ লিখা । (Mention two recommendations on Medium of Instruction given by University Education Commission (1948-49).)

উত্তৰঃ

x) ৰাধাকৃষ্ণণ আয়োগে পৰীক্ষা পদ্ধতি সম্পৰ্কে দিয়া দুটা পৰামৰ্শ লিখা । (Write two recommendations of Radhakrishnan Commission given on Examination system.)

উত্তৰঃ

xi) বিশ্ববিদ্যালয় শিক্ষা আয়োগে ছাত্ৰৰ কল্যাণ আৰু কাৰ্য্যসূচীৰ ওপৰত দিয়া যিকোনো দুটা পৰামৰ্শ লিখা । (Write any two suggestions given by University Education Commission on students welfare and activities.)

উত্তৰঃ

2. দীঘল প্ৰশ্ন (Long Question):

i) ভাৰতীয় শিক্ষাৰ বিকাশত ভাৰতীয় সংবিধানৰ ব্যৱস্থাসমূহ আলোচনা কৰা । (Discuss the provisions of Indian Constitution for the development of Indian Education.)

উত্তৰঃ

ii) বিনামূলিয়া আৰু বাধ্যতামূলক শিক্ষা, শিক্ষাৰ অধিকাৰ, ধৰ্মনিৰপেক্ষ শিক্ষাৰ ওপৰত থকা সাংবিধানিক ব্যৱস্থা সমূহ আলোচনা কৰা । (Discuss the constitutional provision on free and compulsory edsucation, Right to education and Secular education.)

উত্তৰঃ

iii) শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য ওপৰত দিয়া ৰাধাকৃষ্ণণ আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা। (Discuss the recommendations of the Radhakrishnan Commission on the aims and objectives of Education.)

উত্তৰঃ

iv) বিশ্ববিদ্যালয় শিক্ষাৰ সংস্কাৰৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণ আয়োগৰ পৰামৰ্শসমূহ বিশদভাৱে বৰ্ণনা কৰা । (Elaborate the recommendations of the University Education Commission on the reforms of University Education.)

উত্তৰঃ

v) শিক্ষাদান মানদণ্ড, পাঠ্যক্ৰম আৰু নাৰী শিক্ষাৰ ওপৰত থকা ৰাধাকৃষ্ণণ আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা । (Discuss the recommendations of Radhakrishnan Commission on Standards of Teaching, Curriculam and Women Education.)

উত্তৰঃ

vi) বিশ্ববিদ্য়ালয় শিক্ষা আয়োগৰ পৰামৰ্শসমূহৰ এক সমালোচনাত্মক মূল্যাঙ্কন কৰা । (Give a critical evalution of the recommendations of University Education Commission.)

উত্তৰঃ

vii) ৰাধাকৃষ্ণণ আয়োগৰ (ক) শিক্ষাৰ লক্ষ্য আৰু (খ) বিশ্ববিদ্য়ালয় কাৰ্য্যসমূহৰ ওপৰত থকা পৰামৰ্শসমূহ বৰ্ণনা কৰা । (State the recommendations of University Education Commission on: (a) Aims of Education (b) Functions of Education.)

উত্তৰঃ

viii) পেশাগত শিক্ষা, পৰীক্ষাপদ্ধতি আৰু শিক্ষাৰ মাধ্যম সম্পৰ্কে দিয়া ৰাধাকৃষ্ণণ আয়োগৰ পৰামৰ্শসমূহৰ আলোকপাত কৰা । (Highlight the recommendations of Radhakrishnan Commissions on Professional Education, Examination system and Medium of Instruction.)

উত্তৰঃ

ix) বিশ্ববিদ্য়ালয় শিক্ষা আয়োগ প্ৰদান কৰা স্নাককোত্তৰ প্ৰশিক্ষণ আৰু গৱেষণা, পৰীক্ষা পদ্ধতি আৰু আৰ্থিক ব্যৱস্থাৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰা । (Discuss the suggestions of University Education Commission given on Post Gradute Training and Reserach Examination system and finance.)

উত্তৰঃ

Type By            

Hirokjyoti Bora