সংস্কৃতি আৰু শিক্ষা (Culture and Education) | Chapter 6 | B.A 2nd Sem Education Question and Answer Assamese Medium | TDC 2nd Semester Education Major Book | B.A 2nd Sem Education Major Suggestion Question and Answer Notes Solution Assamese Medium | সংস্কৃতি আৰু শিক্ষা পাঠটোৰ প্ৰশ্ন উত্তৰ

প্ৰশ্নাৱলী
১। সংস্কৃতি বুলিলে কি বুজা? What do you mean by Culture?
২। কোনসকল ব্যক্তিক সাংস্কৃতিক ব্যক্তি বুলি কোৱা হয়? 
Who are said to be a cultured person? 
৩। সংস্কৃতিৰ এটা বৈশিষ্ট্য লিখা। 
Write one characteristic of culture. 
৪। সংস্কৃতি জন্মগত নে আর্জিত? বর্ণনা কৰা। 
Is culture inbron or acquired? Discuss. 
৫। সংস্কৃতি ’ শব্দটো কি ভাষাৰ পৰা আহিছে?
 From which language the word ‘culture’ derived? 
৬। সংস্কৃতিৰ দুটা মুখ্য কাম উল্লেখ কৰা। 
Mention two major functions of culture. 
৭। বস্তুগত সংস্কৃতিৰ দুটা উদাহৰণ দিয়া। 
Give two examples of material culture.
৮। অবস্তুগত সংস্কৃতিৰ দুটা উদাহৰণ দিয়া। 
Give two examples of non-material culture. 
সামগ্রিক আৰু বিশেষ সংস্কৃতিৰ বিষয়ে লিখা। 
Write about universal and particular culture
১০। জাতীয় সংস্কৃতি কি? 
What is national culture? 
১১। সংস্কৃতিৰ সঞ্চিতকৰণ কাক বােলে? 
What is accumulation of culture. 
১২। ব্যক্তিৰ বাবে সংস্কৃতি কিয় প্রয়ােজনীয়? 
Why is culture necessary for man? 
১৩। সংস্কৃতিৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 
Explain the Characteristics of Culture. 
১৪। ব্যক্তি আৰু গােষ্ঠীৰ ওপৰত সংস্কৃতিৰ প্ৰভাৱ ব্যাখ্যা কৰা। 
Explian the importance of Culture on individual and the groups. 
১৫ । সাংস্কৃতিক পশ্চাৎৱৰ্তীতা মানে কি? ইয়াৰ কাৰণসমূহ লিখা। 
What is cultural lag? Write about its causes. 
১৬। সংস্কৃতিৰ বিভিন্ন প্রকাৰবােৰ আলােচনা কৰা।

Discuss about the different types of culture. 
১৭। সংস্কৃতি আৰু শিক্ষাৰ মাজত থকা সম্বন্ধ আলােচনা কৰা। 
Discuss about the relationship between education and culture. 
১৮। সাংস্কৃতিক পশ্চাত্ৰৰ্তীতাৰ বিৰুদ্ধে থকা সমালােচনা আলােচনা কৰা। 
Discuss about the criticism against cultural lag.
১৯। সাংস্কৃতিক পৰিৱর্তনৰ কাৰকসমূহ বর্ণনা কৰা। 
Explain about the different factors of Cultural change 
২০। চমুটোকা লিখা (Write short notes on)
( ক ) সাংস্কৃতিক সংহতি (Cultural Integration)
(খ) সাংস্কৃতিক পৰিৱৰ্তন (Cultural change)
(গ) সাংস্কৃতিক বিক্ষিপ্তকৰণ (Cultural diffusion) 
( ঘ ) বস্তুগত সংস্কৃতি (Material Culture) 
(ঙ) অবস্তুগত সংস্কৃতি (Non-material Culture) 
২১। ই. বি. টেইলৰৰ সংস্কৃতিৰ সংজ্ঞাটো লিখা 
Write about the definition of culture given by E.B. Taylor. 
২২। সাংস্কৃতিক পশ্চাৎবর্তীতাৰ উদ্ভাৱক কোন আছিল? 
Who was the exponent of cultural lag? 
২৩। সাংস্কৃতিক পৰিৱৰ্তনৰ কাৰণসমূহ কি কি? 
What are the causes of cultural change? 
২৪। ভাৰতবৰ্ষত কেনেকৈ সাংস্কৃতিক সংহতি বিকশাব পাৰি? 
How to develop cultural integration in India? 
২৫। সংস্কৃত আৰু ব্যক্তিত্বৰ সম্বন্ধ আলােচনা কৰা। 
Discuss the relationship between culture and personality.
Type Himanku Bora