সংযোজন বিক্ৰিয়া বুলিলে কি বুজা ?

দুটা বা তাতোকৈ পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উতপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বোলে।