সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল?

উত্তৰঃ সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে এখন খচৰা কমিটি‍ গঠন কৰে।