নৱম অধ্যায়
যোগ দৰ্শন
(Yoga Philosophy)
প্ৰশ্নাৱলী
(Questions)
Short questions:
চমু প্ৰশ্নঃ
- Who was the fonder of yoga philosophy?
যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা কোন?
- What is the main book of yoga philosophy?
যোগ দৰ্শনৰ মূল গ্ৰন্থ কি?
- There are five / four / three vummi in chitta according to yoga philosophy.
যোগ দৰ্শন অনুসৰি চিত্তত পাঁচটা / চাৰিটা / তিনিটা ভূমি আছে।
- There are three / four / steps of inner means (Antaranga Sadhana)
অন্তৰংগ সাধনৰ অন্তৰ্গত মাৰ্গ তিনিটা / চাৰিটা।
- There are five / six steps of outer means (Boriranga Sadhana)
বহিৰংগ সাধনৰ অন্তৰ্গত মাৰ্গ পাঁচটা / ছয়টা।
- There are four / five / three parts in pranayanam.
প্ৰাণায়ামত চাৰিটা / পাঁচটা / তিনিটা অংগ আছে।
- How many principles are there in yoma?
যমত কেইটা নীতি থাকে?
- What is the literal meaning of the word ‘Yoga’?
‘যোগ’ শব্দৰ আক্ষৰিক অৰ্থ কি?
- What do you consider as the first work of the Yoga philosophy?
যোগ দৰ্শনৰ প্ৰথম গ্ৰন্থখন তুমি কি বুলি ভাবা?
- What do you consider as the Most important element in the Yoga psychology?
যোগ মনস্তত্ত্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদানটো তুমি কি বুলি ভাবা?
- Meditation of God helps the concentration of mind / heart / soul. (Choose the correct option)
ঐশ্বৰিক ধ্যানত মন / হৃদয় / আত্মাৰ মনোযোগ বৃদ্ধি হয়। শুদ্ধ উত্তৰটো বাছি উলিওৱা)
- What are the two types of Samadhi in Yoga philosophy?
যোগ দৰ্শনৰ সমাধি দুটা কি কি?
- Patanjali Yoga is also Known as _ (fill in the blank)
পতঞ্জলি যোগক __ বুলিও কোৱা হয়। (খালী ঠাই পূৰ কৰা)
- The Yoga Sutra is divided into 2 / 4 / 6 parts. (Choose the correct one)
যোগসূত্ৰক দুই / চাৰি / ছয়টা পাৰ্ত বা ভাগত ভাগ কৰা হয়। (শুদ্ধ উত্তৰটো বাছি লোৱা)
- Catta is a combination of there elements. What are those?
চিত্ত তিনিটা উপাদানেৰে গঠিত। এইবোৰ কি কি?
- Who is the author of ‘Yoga Sutra’?
‘যোগ সূত্ৰ’ৰ ৰচক কোন?
- What is called Cittavrtti in Yogas philosophy?
যোগ দৰ্শনত চিত্তবৃৃত্তি কাক বোলে?
- What is Cittabhumi?
চিত্তভূমি কাক বোলে?
Board Questions:
ৰচনাধৰ্মী প্ৰশ্নঃ
- Explain Yoga psychology.
যোগ মনোবিজ্ঞান বা মনস্তত্বটো ব্যাখ্যা কৰা।
- Give a brief account of the ethical doctrine of yoga system.
যোগদৰ্শনৰ নীতিশাস্ত ব্যাখ্যা কৰা।
- Give a brief account of eight fold path for chittavriti nirodh in yoga philosophy.
যোগ দৰ্শনৰ চিত্তবৃত্তি নিৰোধৰ অষ্টাংগিক মাৰ্গৰ বি,য়ে আলোচনা কৰা।
- Describe the modifications of Chitta.
চিত্তবৃত্তি বিষয়ে বৰ্ণনা কৰা।
- Briefly explain Astanga Yoga or Eightfold Path of Yoga philosophy.
অষ্টাংগযোগৰ বিষয়ে আলোচনা কৰা।
- What is Yoga? Discuss the concept of Yoga psychology.
যোগ কি? যোগ মনস্তত্ত্ব ব্য়াখ্যা কৰা।
- Write a short note on Cittabhumi in Yoga philosophy.
যোগ দৰ্শনৰ চিত্তভূমি সম্পৰ্কে এটা চমু টোকা লিখা।
- What are the five levels of Cittabhumi in Yoga paschology?
চিত্তভূমিৰ পাঁচটা স্তৰ বা পৰ্যায় কি কি?
- What is Cittavrtti? Explain Cittavritti Nirodha of Yoga philosophy.
চিত্তবৃ্ত্তি কাক বোলে? যোগ দৰ্শনৰ চিত্তবৃত্তিৰ নিৰোধ সম্পৰ্কে আলচ কৰা।
- Mention the value of Yoga as found in Indian philosophy.
ভাৰতীয় দৰ্শনত যোগৰ মূল্য নিৰূপণ কৰা।
Type: Nayan Moni Deka