মুদ্ৰাৰ গুৰুত্বপূৰ্ণ কাৰ্ষ উল্লেখ কৰা?

উত্তৰঃ মুদ্ৰাৰ গুৰুত্বপূৰ্ণ কাৰ্যসমূহ হ’ল – ১। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। ২। মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। ৩। মুদ্ৰাই স্থগিত দেনা – পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। ৪। মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে।