মানৱ সৃষ্ট সম্পদ কাক বোলে?

উত্তৰঃ মানুহৰ প্ৰচেষ্টাৰ ফলৰ উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱ সৃষ্ট সম্পদ বোলা হয়।