ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্ৰধান শৈলী কি কি?

উত্তৰঃ  ভাৰতৰ ভাস্কর্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী হ’ল—(১) গান্ধাৰ শিল্প কলা (২) মথুৰা শিল্পকলা আৰু (৩) অমৰাৱতী শিল্পকলা।