ভাৰতীয় শিক্ষা আয়োগ- ১৯৬৪-৬৬ চন (Indian Education Commission- 1964-66) | Unit 3 | Indian Education Commission- 1964-66 | B.A 3rd Semester Education 3 Major Question and Answer Assamese Medium | Gauhati University TDC B.A 3rd Semester 3 Major Unit 3 Indian Education Commission- 1964-66 Question and Answer Assam | ভাৰতৰ শিক্ষাৰ বিকাশ তৃতীয় অধ্যায় ভাৰতীয় শিক্ষা আয়োগ- ১৯৬৪-৬৬ চন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

অধ্য়ায় ৩

ভাৰতীয় শিক্ষা আয়োগ- ১৯৬৪-৬৬ চন 

(Indian Education Commission- 1964-66)

প্ৰশ্নাৱলী (Questions)

A. চমু প্ৰশ্ন (Short Questions)

১। কিমান চনত কোঠাৰী আয়োগ গঠন কৰা হৈছিল আৰু এই আয়োগৰ সভাপতি কোন আছিল ? (In which year Kothari Commission was constituted and who was the chairman of the Commission ?)

Answer:

২। কোঠাৰী আয়োগ গঠন কৰাৰ প্ৰধান উদ্দেশ্য় কি আছিল ? (What is the cause of constituting Kothari Commission ?)

Answer:

৩। কোঠাৰী আয়োগে “শিক্ষা আৰু উৎপাদনমুখিতা”ৰ ওপৰত কি ধৰণৰ পৰামৰ্শ আগবঢ়াইছে ? (What kind of suggestions were given by Kothari Commission on “Education and Productivity” ?)

Answer:

৪। শিক্ষা, সামাজিক আৰু জাতীয় সংহতি বিকাশত কোঠাৰী আয়োগৰ দৃষ্টিভংগী কেনেকুৱা আছিল ? (How was the point of view of Kothari Commission on development of education, social and national intergration ?)

Answer:

৫। কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি “শিক্ষা আৰু আধুনিকীকৰণ”ৰ ওপৰত এটা টোকা লিখা। (Write a note on “Education and Modernization” as given by Kothari Commission.)

Answer:

৬। জাতীয় পাঠ্য়ক্ৰমৰ ওপৰত আগবঢ়োৱা কোঠাৰী আয়োগৰ চাৰিটা পৰামৰ্শ লিখা। (Write four suggestions of Kothari Commission on National Curriculum.)

Answer:

৭। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঠ্য়পুথি কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰ ওপৰত কোছাৰী আয়োগৰ মতামত কি আছিল। (How could text books be prepared at the National level on the opinion of Kothari Commission ?)

Answer:

৮। কোঠাৰী আয়োগে আগবঢ়োৱা ৰাজ্য়িক পৰ্য্য়ায়ত পাঠ্য়পুথি প্ৰণয়ণ সম্পৰ্কে দিয়া চাৰিটা পৰামৰ্স লিখা। (Write four suggestions on the preparation of text book at State level given by Kothari Commission.)

Answer:

৯। শিক্ষাদান পদ্ধতি সম্পৰ্কে, কোঠাৰী আয়োগে আগবঢ়োৱা চাৰিটা পৰামৰ্শ লিখা। (Write four recommendations on methods of teaching given by Kothari Commission.)

Answer:

১০। শিক্ষক শিক্ষাৰ সমস্য়া সম্পৰ্কে কোঠাৰী আয়োগে আঙুলিয়াই দিয়া সমস্য়াবোৰ উল্লেক কৰা। (Mention the poblems of teacher education as pointed out by Kothari Commission.)

Answer:

১১। কোঠাৰী আয়োগে আঙুলিয়াই দিয়া শিক্ষক শিক্ষাৰ ক্ষেত্ৰত থকা বিচ্ছিন্নতাবোৰ কি কি ? (What are the isolations regarding teacher education pointed by Kothari Commission ?)

Answer:

১২। পেশাগত পাঠ্যক্ৰমৰ উন্নীতকৰণৰ বাবে কোঠাৰী আয়োগে উল্লেক কৰা পৰামৰ্শকেইটা লিখা। (Write the suggestions of Kothari Commission for the improvement of curriculum.)

Answer:

১৩। শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানবোৰ উন্নীতকৰণৰ বাবে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ কি কি ? (What are the suggestions of Kothari Commission on improvement of teacher training institution ?)

Answer:

১৪। কৰ্ম-কালীন সা-সুবিধা প্ৰদানৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা চাৰিটা পৰামৰ্শ লিখা। (Write four suggestions of Kothari Commission given for inservice facilities.)

Answer:

১৫। বিশ্ববিদ্য়ালয় শিক্ষকৰ বাবে কোঠাৰী আয়োগে দিয়া পৰামৰ্শসমূহ লিখা। (Write the suggestions for university teacher given by Kothari Commission.)

Answer:

১৬। শিক্ষকৰ পদোন্নতিৰ ক্ষেত্ৰত কোঠাৰী আয়োগে প্ৰদান কৰা চাৰিটা পৰামৰ্শ লিখা। (Write four suggestions given by Kothari Commission on the promotion of the teacheres.)

Answer:

১৭। কোঠাৰী আয়োগৰ মতে মাধ্য়মিক স্তৰৰ ছাত্ৰ-ছাত্ৰীক কি ধৰণে নিৰ্দেশনা আৰু পৰামৰ্শ দিব পাৰি ? (How can guidance and counselling be given to the students of secondary level according to Kothari Commission ?)

Answer:

১৮। প্ৰাথমিক পৰ্য্য়ায়ৰ মূল্য়াঙ্কনৰ ওপৰত কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ কি কি ? (What are the suggestions of Kothari Commission based on evaluation of Primary stage ?)

Answer:

B. দীঘল প্ৰশ্ন (Long Questions)

১। কোঠাৰী আয়োগে শিক্ষাৰ লক্ষ্য় সম্বন্ধে আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা। (Discuss the suggestions of Kothari Commission on objectives of education.)

Answer:

২। শৈক্ষিক সংগঠনৰ ওপৰত কোঠাৰী আয়োগে (১৯৬৪-৬৬) দিয়া পৰামৰ্শ সমূহ বৰ্ণনা কৰা। (Discuss the suggestions of Kothari Commission on educational organization.)

Answer:

৩। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগৰ উদ্দেশ্য়সমূহ কি কি ? আয়োগৰ পৰামৰ্শ অনুসৰি শৈক্ষিক গাঁথনি কেনেকুৱা আছিল ? (What were the objectives of Kothari Commission ? What type of educational structure was recommended by the Commission ?)

Answer:

৪। জাতীয় পাঠ্য়ক্ৰম, পাঠ্যপুথি আৰু শিক্ষৰ শিক্ষা সম্বন্ধে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা। (Discuss the recommendations of Kotahri Commission of National curriculum, Text-books and teacher Education.)

Answer:

৫। পৰীক্ষা আৰু মূল্য়াঙ্কন, পাঠ্য়পুথি আৰু শিক্ষাদান কৰ্মচাৰী আৰু শিক্ষকৰ মৰ্য্যদা সন্দৰ্ভত কোঠাৰী আয়োগৰ পৰামৰ্শৱলীসমূহ আলোচনা কৰা। (Discuss the recommendations of Kothari Commission on Examination and Evaluation, Text-books and Teaching Personnel and Teacher  Status.)

Answer:

৬। কোঠাৰী আয়োগে প্ৰদান কৰা শিক্ষাৰ জাতীয় সংগঠন আৰু জাতীয় পাঠ্য়ক্ৰম সন্দৰ্ভত থকা পৰামৰ্শ সমূহ আলোকপাত কৰা। (Highlight the recommendations of Kothari Commission on National Pattern of Education and National Curriculum.)

Answer:

৭। আধুনিক শিক্ষা ব্য়ৱস্থাত কোঠাৰী আয়োগৰ পৰামৰ্শসমূহৰ প্ৰাসংগিকতা আৰু সমালোচনাত্মক মূল্য়াঙ্কন সম্বন্ধে বৰ্ণনা কৰা। (Describe the critical assessments and relavance of the recommendations of Kothari Commission in the present education system.)

Answer:

     Type By

Hirokjyoti Bora.