ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো পোন প্ৰথমে কোনে পোষণ কৰিছিল?

উত্তৰঃ ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে। ১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅতি বহা এখন সভাত ভাৰতীয় স্বতন্ত্র লীগ গঠন কৰা হৈছিল।