ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ অসহযােগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ভাৰতবৰ্ষৰ প্ৰথমটো ব্রিটিছ বিৰােধী ৰাজনৈতিক আন্দোলন আছিল। এই আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্রিটিছ শাসনৰপৰা। ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল।