ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল | Chapter 2 | Bertrand Russell | BA GU Philosophy Major Solution Assamese Medium | Guwahati University |

 ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল Bertrand Russell


 Chapter2

Short Questions:


 1. What is the fundamental question of Russell’s Logical Atomism?
 ৰাছেলৰ তৰ্কীয় পৰমাণুবাদৰ মৌলিক প্ৰশ্নটো কি? 
 2. What is the process to attain the Knowledge of atoms?  পৰমাণুৰ জ্ঞান লাভৰ প্ৰক্ৰিয়াটো কি?
 3. Is Russell’s logical atomism physical? 
 ৰাছেলৰ তৰ্কীয় পৰমাণুবাদ ভৌতিক নে?
 4. Is Russell’s logical atomism spiritual? 
 ৰাছেলৰ তৰ্কীয় পৰমাণুবাদ আধ্যাত্মিক নে?
 5. Russell’s atomism is physical/spiritual/logical.
(Choose the correct answer) 
 ৰাছেলৰ তৰ্কীয় পৰমাণুবাদ ভৌতিক আধ্যাত্মিক তৰ্কীয়।

 (শুদ্ধ উত্তৰটো বাছি উলিওৱা)  6. What are the two relations of a proposition to a fact?

 তথ্যৰ লগত বচনৰ সম্বন্ধ দুটা কি কি?
 7. Mention any one diffrence between a fact and a proposition.
 তথ্য আৰু বচনৰ মাজত থকা যিকোনো এটা পাৰ্থক্য উল্লেখ কৰা। 
 8. Can a fact be either true or false? 
 তথ্য সত্য নাইবা মিথ্যা হ’ব পাৰে নে? 
 9. Was Russell a mathematician? 
 ৰাছেল এগৰাকী গণিতজ্ঞ নে? 
 10. Name any two books of Russe
 ৰাছেলৰ যিকোনো দুখন গ্ৰন্থৰ নাম লিখা।
  11. Name any one important article of Russell.
 ৰাছেলৰ যিকোনো এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ নাম লিখা। 
 12. Who is the author of ‘The Philosophy of Logical Atomism’? 
 ‘The philosophy of Logical Atomism’ গ্ৰন্থখনৰ লেখক কোন?  13. Who is the author of ‘on Denoting’? 
 ‘On Denoting’ ৰ লেখক কোন? 
 14. Who is the author of ‘Logic and knowledge’?
 ‘Logic and Knowledge ‘ গ্ৰন্থখনৰ লেখক কোন?
 15. When and where Russell was born? 
 ৰাছেল কেতিয়া আৰু ক’ত জন্মগ্ৰহণ কৰিছিল?
 16. What is atomic fact?
 পাৰমাণবিক তথ্য কাক বোলে?
 17. Is there any molecular fact?
 আনবিক তথ্য আছে নে? 
 18. What do you mean by negative fact?
 নিষেধক বা নঞৰ্থক তথ্য বুলিলে কি বুজা?
 19. What is general fact? 
 সাধাৰণ তথ্য কাক বোলে? 
 20. Who among the analytic philosophers was awarded with Nobel prize?
 কোন গৰাকী বিশ্লেষণাত্মক দাৰ্শনিকে Nobel prize লাভ কৰিছিল? 
 21. What is positive fact? 
 সদৰ্থক তথ্য মানে কি?
 22. What is particular fact? 
 বিশেষ তথ্য কাক বোলে? 
 23. What is atomic proposition?
 পাৰমাণবিক বচন কাক বোলে?
 24. What is molecular proposition?
 আলবিক বচন কাক বোলে? 
 25. Give an example of atomic fact?
 পাৰমাণবিক তথ্যৰ এটা উদাহৰণ দিয়া।
 26. Why Russell denied the existence of molecular fact? 
 আনবিক তথ্যৰ অস্তিত্বক ৰাছেলে কিয় অস্বীকাৰ কৰিছিল?
27. Give an example of particular fact.
বিশেষ তথ্যৰ এটা উদাহৰণ দিয়া।
28. Give an example of general fact.
সাধাৰণ তথ্যৰ এটা উদাহৰণ দিয়া।
29. Give an example of negative fact.
নিষেধক তথ্যৰ এটা উদাহৰণ দিয়া।
30. Give an example of positive fact.
সদৰ্থক তথ্যৰ এটা উদাহৰণ দিয়া।
31. What is intentional fact?
অভিপ্ৰায়মূলক তথ্য বুলিলে কি বুজা?
32. Give an example of atomic proposition.পাৰমাণবিক বচনৰ এটা উদাহৰণ দিয়া.
33. Give an example of molecular proposition.
আনবিক বচনৰ এটা উদাহৰণ দিয়া।
34. Who is the author of’ ‘The problems of philosophy’?
‘The problems of philosophy ‘ গ্ৰন্থখনৰ লেখক কোন?
35. What is symbol, according to Russell?
ৰাছেলৰ মতে প্ৰতীক কি?
36. What is proposition, according to Russell?
ৰাছেলৰ মতে বচন কতাক বোলে?
37—– proposition is the truth function of atomic proposition. (Fill up the gap)
………….. বচন হ’ল পাৰমাণবিক বচনৰ সত্য- ফলন। (খালী ঠাই পূৰোৱা)
38. Is proposition just a symbol, according to Russell?
ৰাছেলৰ মতে বচন কেৱল এটা প্ৰতীক নে?
39. A proposition is a symbol of a—-. (Fill up the gap)
এটা বটন হ’ল ……… ৰ প্ৰতীক। (খালী ঠাই পূৰোৱা)
40. What are the two types of symbol, according to Russell?
ৰাছেলৰ মতে দুই প্ৰকাৰৰ প্ৰতীক কি কি?
41. What is simple symbol?
সৰল প্ৰতীক কাক বোলে?
42. What is complex symbol?
জটিল প্ৰতীক কাক বোলে?
43. According to Russell, a Proposition is a simple/complex/incomplete symbol. (Choose the correct answer)
ৰাছেলৰ মতে বচন হ’ল সৰল/ জটিল/ অসম্পূৰ্ণ প্ৰতীক। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
44. What is incomplete symbol?
অসম্পূৰ্ণ প্ৰতীক কাক বোলে>
45. Give an example of simple symbol.
সৰল প্ৰতীকৰ এটা উদাহৰণ দিয়া।
46. Give an example of complex symbol.
জটিল প্ৰতীকৰ এটা উদাহৰণ দিয়া।
47. Give an example of incomplete symbol.
অসম্পূৰ্ণ প্ৰতীকৰ এটা উদাহৰণ দিয়া।
48. According to Russell, classess are simple/complex/incomplete symbol. (Choose the correct answer)
ৰাছেলৰ মতে শ্ৰেণীসমূহ হ’ল সৰল/ জটিল/  অসম্পূৰ্ণ প্ৰতীক। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
49. According to Russell, a descriptive phrase is a simple/complex/incomplete symbol. (Choose the correct answer)
ৰাছেলৰ মতে বৰ্ণনাত্মক বাক্য হ’ল সৰল / জটিল / অসম্পূৰ্ণ প্ৰতীক। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
50. What is definite description ?
নিদিৰ্ষ্ট বৰ্ণনা কাক বোলে?
51. What is indefinite description ?
অনিদিৰ্ষ্ট বৰ্ণনা কাক বোলে?
52. What is particular, according to Russell?
ৰাছেলৰ মতে বিশেষ কাক বোলে?
53. What do you mean by hierarchy of facts?
তথ্যৰ ক্ৰমবন্ধন বুলিলে কি বুজা?
54. Molecular facts are constituted by…………………. facts. (Fill in the gap)  (GU.2015)
আনবিক তথ্য . . . . . . তথ্যৰ দ্বাৰা গঠিত। (খালী ঠাই  পূৰণ কৰা)
55. Define logical atomism.(GU.2015)
তৰ্কীয় পৰমাণুবাদৰ সংজ্ঞা দিয়া।
56. What are the various kinds of logical atoms recognized by Russell? (Gu.2015)
ৰাছেলে চিহ্নত কৰা বিভিন্ন প্ৰকাৰৰ পৰমাণুসমূহ কি কি?
57. In what sense Russel’s logical atomism is a form of pluralism? Discuss.  (GU 2015)
কোন অৰ্থত ৰাছেলৰ তৰ্কীয় পৰমাণুবাদ বহুত্ববাদৰ এক ৰূপ? আলোচনা কৰা।
58. The simple facts are called by Russell . . . . . . . . . . .  (Fill in the blank) (GU 2015)
ৰাছেলে সৰল  তথ্যসমূহক . . . . . . . . .  বুলি কৈছিল। (খালী ঠাই পূৰ কৰা)
59. What is proposition, according to Russell? (GU 2016)
ৰাছেলৰ মতে বচন কাক বুলি কোৱা হয়?
60. Cam a fact be either true or false according to Russell?  (GU 2016)
ৰাছেলৰ মতে কোনো কথ্য সত্য বা অসত্য হ’ব পাৰে নে?
61. According to Russell a proposition is a/an
ৰাছেলৰ মতে কোনো  বচন হৈছে এক
i) Simple symbol
সৰল প্ৰতীক
iv) Complex symbol
জটিল প্ৰতীক
iv) Incomplete Symbol
অসম্পূৰ্ণ প্ৰতীক
                                        (Choose the correct alternative) (GU 2017)                                                                                    (শুদ্ধ বিকল্পটো বাছি উলিওৱা)
62. What is fact, according to Russell? (GU. 2017
ৰাছেলৰ মতে তথ্য কি?
63.What is the fundamental question of Russell’s logical atomism?
ৰাছেলৰ তৰ্কীয় পৰমাণুবাদৰ মৌলিক প্ৰশ্নটো কি?  (GU 2018)
64. The simple facts are called by Russell . . . . . .  fact.
                                                  (Fill in the blank)

ৰাছেলে সৰল তথ্যসমূহক . . .. . . . .  তথ্য বুলি কৈছে।
                                                             (খালী ঠাই পূৰণ কৰা) (GU.2018)
65. What is description, according to Russell?
ৰাছেলৰ মতে বৰ্ণনা বুলিলে কি বুজায়?
66.  ‘Existence is essentially a property of a propositional function.” Is it true?
” অস্তিত্ব হ’ল বাচনিক ফলনৰ আৱশ্যকীয় গুণ বা লক্ষণ” । এইটো সত্য নে?
67. ‘Existence is essentially a property of a . . . . . . . ” (Fill in the blank)
” অস্তিত্ব হ’ল . . ….. . .  ৰ আৱশ্যকীয় গুণ বা লক্ষণ ” । (খালী ঠাই পূৰ কৰা)

Broad Questions:
1. What is fact, according to Russell? What are the different types of facts? Explain.
ৰাছেলৰ মতে তথ্য কাক বোলে? বিভিন্ন প্ৰকাৰৰ তথ্যসমূহ কি কি ? আলোচনা কৰা।

2. Write a short note on atomic fact.
পাৰমাণবিক তথ্যৰ ওপৰত এটি টোকা লিখা।
3. What is proposition according to Russell? Distinguish between atomic and molecular proposition.
ৰাছেলৰ মতে বচন কাক বোলে? পাৰমাণবিক বচন আৰু আনবিক বচনৰ মাজত পাৰ্থক্য নিৰূপণ কৰা।
4. Discuss briefly the kinds of proposition recognized by Russell in his atomism.  (G.U. 2016)
ৰাছেলৰ পৰমাণুবাদৰ বচনৰ প্ৰকাৰসমূহ কি কি, চমুকৈ আলোচনা কৰা।
5. Discuss logical atomism of Russell. Why is it called logical atomism? Explain. (G.U.2016)
ৰাছেলৰ তৰ্কীয় পৰমাণুবাদৰ ওপৰত আলোচনা আগবঢ়োৱা। এই তত্ত্বটোক কিয় তৰ্কীয় পৰমাণুবাদৰ বুলি কোৱা হয়? ব্যাখ্যা কৰা।
6. Explain and examine Russell’s philosophy of logical atomism.  (G.U. 2017)
ৰাছেলৰ তৰ্কীয়  পৰমাণুবাদ দৰ্শনৰ বিচাৰমূলক ব্যাখ্যা আগবঢ়োৱা।
7. Why is Russell’s atomism called logical atomism?  (G.U.2018)
ৰাছেলৰ পৰমাণুবাদক কিয় তৰ্কীয় পৰমাণুবাদ  বোলা হয়?
8. How did Russell distinguish between atomic fact and molecular fact? (G.U.2018)
পাৰমাণবিক তথ্য আৰু আনবিক তথ্যৰ মাজত ৰাছেলে কিদৰে পাৰ্থক্য নিৰূপণ কৰিছিল?
9. Discuss logical atomism of Russell. Do you consider it to be a sound philosophical theory? (G.U.2018)
ৰাছেলৰ তৰ্কীয় পৰমাণুবাদৰ ওপৰত আলোচনা আগবঢ়োৱা। ইয়াক সন্তোষজনক দাৰ্শনিক মতবাদ বুলি তুমি ভবা নে?
10. Discuss Russell;s theory of description.
ৰাছেলৰ বৰ্ণনাতত্ত্বৰ বিষয়ে আলোচনা কৰা।
11. Distinguish between definite description and indefinite description.
নিৰ্দিষ্ট বৰ্ণনা আৰু অনিৰ্দিষ্ট বৰ্ণনাৰ পাৰ্থক্য নিৰূপণ কৰা।
12. Disringuish between name and description.
নাম আৰু বৰ্ণনাৰ মাজত থকা পাৰ্থক্য নিৰূপণ কৰা।
13. Explain Russell’s motion of general proposition and existence.
ৰাছেলৰ সাধাৰণ বচন আৰু অস্তিত্ব সম্পৰ্কীয় ধাৰণাটো ব্যাখ্যা কৰা।
14. What is definite description? Explain with suitable examples.
নিৰ্দিষ্ট বৰ্ণনা কাক বোলে? উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা।
15. What is indefinite description? Explain with examples.
অনিৰ্দিষ্ট বৰ্ণনা কাক বোলে? উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা।
16. Explain Russell’s view of propositional function and existence.
ৰাছেলৰ বাচনিক ফলন আৰু অস্তিত্বৰ ধাৰণাটো ব্যাখ্যা কৰা।
17. What is knolwleage by description? Explain with examples.
বৰ্ণনামূলক জ্ঞান কাক বোলে ? উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা।

DIKHA BORA