বৌদ্ধ দৰ্শন (Buddha philosophy) | পঞ্চম অধ্যায় | Unite 5 | Carvaka Philosophy | TDC B.A 2nd Semester Philosophy (General) Solution Assamese Medium | Gauhati University B.A 2nrd Semester Philosophy (General) Suggestion and Notes Assamese Medium | Unite 5 Carvaka Philosophy Question and Answer Assam | ভাৰতীয় দৰ্শন অধ্যায় ৫ বৌদ্ধ দৰ্শন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

 পঞ্চম অধ্যায় 

(Buddha Philosophy) বৌদ্ধ দৰ্শন 

প্ৰশ্নাৱলী  (Questions)

Short Questions:

চমু প্ৰশ্নঃ

1. Buddhism is Vedic / non-Vedic system.

বৌদ্ধ দৰ্শন বৈদিক / অবৈদিক দৰ্শন।

2. Who is the founder of Buddhism?

বৈদ্ধ দৰ্শনৰ প্ৰৱৰ্তক কোন?

3. What does ‘Buddha’ mean?

‘বুদ্ধ’ শব্দৰ অৰ্থ কি?

4. What does ‘Arya’ mean?

আৰ্য মানে কি?

5. What is Tripitaka?

‘ত্ৰিপিটক’ কি?

6. Name different school of Buddhism.

বৌদ্ধ দৰ্শনৰ বিবিন্ন সম্প্ৰদায়বোৰৰ নাম লিখা।

7. What are the four noble truths of Buddha philosophy?

বৌদ্ধ দৰ্শনৰ আৰ্য সত্য় চাৰিটা কি কি?

8. There are two / three / four noble truths in Buddhism.

বৌদ্ধ দৰ্শনত দুটা / তিনিটা / চাৰিটা আৰ্য় সত্য় আছে। 

9. What are the three Pitakas of Buddhism?

বৌদ্ধ ধৰ্মৰ তিনি পিটক কি?

10. How many Margas or Pathas are there in the Fourth Noble truths of Buddha? What are they? 

বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্য সত্যত কিমানটা মাৰ্গৰকেইটা কি কি?

11. Mention the different paths of the noble eight-fold paths.

অষ্টাঙ্গিক মাৰ্গৰ বিভিন্ন মাৰ্গবোৰৰ নাম লিখা।

12. Buddhism is divided into many philosophical schools. Is it true?

বৌদ্ধ দৰ্শন বিভিন্ন শাখাত বিভিক্ত। এইটো সত্য নে?

13. What is the meaning of the word ‘Nirvana’?

‘নিৰ্বাণ’ শব্দৰ অৰ্থ কি?

14. What are the two main division of Buddha philosophy?

বৌদ্ধ দৰ্শনৰ প্ৰধান ভাগ দুটা কি কি?

15. Is there any concept of God in Buddha philosophy?

বৌদ্ধ দৰ্শনত ঈশ্বৰ অস্তিত্বত বশ্বাস কৰা হয়নে।

16. ‘Nirvana’ Is related with which Noble Truth of Buddhism?

নিৰ্বাণ বৌদ্ধ দৰ্শনৰ কোন আৰ্যসত্যৰ লগত জড়িত?

17. What is the main religious book of Buddhism?

বৌদ্ধৰ প্ৰধান ধৰ্মগ্ৰন্থখনৰ নাম কি?

18. What do you mean by ‘Dharma Chakra’?

‘ধৰ্মচক্ৰ’ মানে কি?

19. What do you mean by ‘Bhava Chakra’?

ভৱচক্ৰ মানে কি?

20. What is the root caues of suffering according to Buddha? 

বুদ্ধৰ মতে দুখৰ প্ৰধান কৰাণ কি?

21. Does Buddha believe in the existence of soul?

বুদ্ধই আত্মাৰ অস্তিত্বত বিশ্বাস কৰে নে?

22. What is panchaskandha?

পঞ্চস্কন্ধ কি?

23. How many steps are suggested by Buddha for the cessation of suffering?

বৌদ্দ দৰ্শনৰ দুখ নিবৃত্তিৰ উপায় হিচাপে কেইটা পথ বা মাৰ্গৰ কথা উল্লেখ কৰিছে।

24. ‘Dependent origionation’ is related to which Noble Truth?

‘প্ৰতীত্যসুমৎপাদতত্ত্ব’ কোনটো আৰ্য সত্যৰ লগত জড়িত?

25. How many Margas or Pathas are there in the Fourth Noble Truths of Buddha?

বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্য সত্যত কিমান মাৰ্গৰ কথা উল্লেখ কৰিছে?

26. Name the four philosophical schools of Buddhism.

বৌদ্ধ দৰ্শনৰ দাৰ্শনিক সম্প্ৰদায় চাৰিটাৰ নাম উল্লেখ কৰা।

27. What are the religious sects of Buddhism?

বৌদ্ধধৰ্ম সম্প্ৰদায় দুটা কি কি?

28. Name the philosophical theory of Madhyamika school.

মাধ্যমিক সম্প্ৰদায়ৰ দাৰ্শনিক মতবাদটোৰ নাম লিখা।

29. Name the philosophical theory of Yogacara school.

যোগাচাৰ সম্প্ৰদায়ৰ দাৰ্শনিক মতবাদটোৰ নাম লিখা।

30. Name the philosophical theory of Sautrantika school.

সৌত্ৰান্তিক সম্প্ৰদায়ৰ দাৰ্শনিক মতবাদটোৰ নাম লিখা।

31. Name the philosophical theory of Vaibhasika school.

বৈভাষিক সম্প্ৰদায়ৰ দাৰ্শনিক মদবাটোৰ মান লিখা।

32. Who is the founder of Madhyamika school or Shunyavada?

মাধ্যমিক সম্প্ৰদায় বা শূন্যবাদৰ প্ৰৱৰ্তক কোন?

33. Who is the author of ‘Mula-madhymika-Karika’?

‘মূল মাধ্যমিক-কাৰিকা’ৰ গ্ৰন্থকাৰ কোন?

34. What are the two types of trurths, according to Nagarjuna?

নাগাৰ্জুনৰ মতে, দুই প্ৰকাৰৰ সত্য কি কি?

35. Who is the  founder of Yogacara school or Vijnanvada?

যোগাচৰ সম্প্ৰদায় বা বিজ্ঞানবাদৰ প্ৰৱৰ্তক কোন?

36. Why Yogacara school is called Vijnanvada?

যোগাচৰ সম্প্ৰদায়ৰ দাৰ্শনিক মতবাদক কিয় বিজ্ঞানবাদ বুলি কোৱা হয়?

37. Why Madhyamika school is called Sunyavada?

মাধ্যমিক সম্প্ৰদায়ৰ দাৰ্শনিক মতবাদক কিয় শূন্যবাদ বুলি কোৱা হয়?

38. Why Vaibhasika school is called Bayapratyksavada

বৈভাষিক সম্প্ৰদায়ৰ দাৰ্শনিক মতবাদক কিয় বাহ্য-প্ৰত্যক্ষবাদ বুলি কোৱা হয়?

39. Why Sautrantika school is called Bayapratyksavada?

সৌত্ৰান্তিক সম্প্ৰদায়ৰ দাৰ্শনিক মতবাদক কিয় বাহ্যানুমেয়বাদ বুলি কোৱা হয়?

40. What are the two types of Vijnan, according to Yogacara?

যোগাচাবাদ অনুসৰি দুই প্ৰকাৰৰ বিজ্ঞান কি কি?

41. What is Alaya Vijnan?

আলয় বিজ্ঞান কাক কয়?

42. Why Alaya Vijnan is called Mula-vijnan?

আলয় বিজ্ঞানক কিয় মূলবিজ্ঞান বোলা হয়?

43. Who is the founder of Sautrantika school?

সৌত্ৰান্তিক সম্প্ৰদায় প্ৰৱৰ্তক কোন?

44. What are the four conditions of perception, according to Sautrantika school?

সৌত্ৰান্তিকসকলৰ মতে, প্ৰত্যক্ষ জ্ঞানৰ চাৰিটা চৰ্ত কি কি?

45. What do you mean by Sarvastivad?

সৰ্বাস্তিবাদ মানে কি?

46. Which religous school of Buddhism is called Theravada?

বৌদ্ধধৰ্মৰ কোনটো সম্প্ৰদায়ৰ থেৰাবাদ বা স্থবিৰবাদ বোলা হয়?

47. Does Hinayana beleive in God?

হীনযান সম্প্ৰদায় ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে নে?

48. Does Mahayana beleive in God?

মহাযান সম্প্ৰদায় ঈশ্বৰ অস্তিত্বত বিশ্বাস কৰে নে?

49. What is Bodhisattva?

বোধিসত্ত্ব কি?

50. What are the Trinity of Buddha?

বুদ্ধদেৱৰ ত্ৰিকায় কি কি?

51. Which religious school of Buddha beleive in the existence of self?

বৌদ্ধধৰ্মৰ কোন সম্প্ৰদায়ে আত্মাৰ অস্তিত্বত বিশ্বাস কৰে।

Broad Question:

ৰচনাধৰ্মী প্ৰশ্নঃ

1. What are the Four Noble Truths of Buddhism? Discuss.

বৌদ্ধ দৰ্শনৰ চাৰি আৰ্য সত্য কি কি? আলোচনা কৰা।

2 What are the Four Noble Truth? Explain the second Noble Truth of Buddha.

চাৰি আৰ্য সত্যসমূহ কি কি? বৌদ্ধ দৰ্শনৰ দ্বিতীয় আৰ্যসত্যটো আলোচনা কৰা।

3. Discuss the Third Noble Truth of Buddha. 

বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্যটো আলোচনা কৰা।

4. Discuss the doctrine of the non-existence of the soul of Buddhism.

বৌদ্ধ দৰ্শনৰ অনাত্মবাদ মতবাদটো বহলাই লিখা।

5. Explain and examine the Buddhistic doctrine of Pratityasamutpada. 

বৌদ্ধ দৰ্শনৰ প্ৰতীত্যসমুৎপাদবাদ তত্ত্বটো ব্য়াখ্যা কৰি পৰীক্ষা কৰা।

6. What is Nirvana according to Buddha philosophy? Write down the difference between Upadhises Nirvana and Anupadhises Nirvana.

বৌদ্ধ দৰ্শনৰ মতে নিৰ্বাণ বুলিলে কি বুজা? উপাধিশেষ নিৰ্বাণ আৰু অনুপাধিশেষ নিৰ্বাণৰ পাৰ্থক্য লিখা।

7. Critically discuss the concept of soul in buddha philosophy.

বৌদ্ধ দৰ্শনৰ আত্মাৰ ধাৰণাটো সমালোচনাসহ আলচ কৰা।

8. Give an account of the ‘Four Noble Truths’ of Buddhism.

বৌদ্ধ দৰ্শনৰ ‘চাৰি আৰ্য সত্য’ৰ বিষয়ে আলোচনা কৰা।

9. What is Nirvana? Critically discuss the Buddhist concept of Nirvana. 

‘নিৰ্বাণ’ মানে কি? বৌদ্ধ মতে নিৰ্বাণ সম্পৰ্কে সমালোচনাৰে সৈতে আলোচনা কৰা। 

10. Explain Upadhisesa Nirvana and Anupadhisesa Nirvana of Buddhism.

বৌদ্ধ দৰ্শনত উপাধিশেষ নিৰ্বাণ আৰু অনুপাধিশেষ নিৰ্বাণ আলোচনা কৰা।

11. Give an account of the doctrine of momentariness in Buddha philosophy. 

বৌদ্ধ দৰ্শনৰ ক্ষণিকবাদ মাতবাদটো লিখা।

12. What are the Astangika Margas of Buddha philosophy?

বৌদ্ধ দৰ্শনৰ অষ্টাঙ্গিক মাৰ্গকেইটা কি কি?

13. What is Nirvana? Does Nirvana mean total extinction of existenece?

নিৰ্বাণ কাক বোলে? বৌদ্ধ দৰ্শনত নিৰ্বাণ বুলিলে সত্তাৰ সম্পূৰ্ণ বিলুপ্তি বুজায় নে?

14. Explain the the Madhyamika theory of Sunyavada.

মাধ্যমিক দৰ্শনৰ শূন্যবাদ ব্যাখ্যা কৰা।

15. Discuss Yogacara theory of Vijnanvada.

যোগাচাৰ সম্প্ৰদায়ৰ বিজ্ঞানবাদৰ ওপৰত এটি আলোচনা আগবঢ়োৱা।

16. Explain and examine Bayanumeyavada of Sautrantika school. 

সৌত্ৰান্তিক সম্প্ৰদায়ৰ বাহ্যানুমেয়বাদ ব্যাখ্যা কৰি পৰীক্ষা কৰা।

17. Critically discuss Vajbhasika theory of Bayapratyksavada.

বৈভাষিকসকলৰ বাহ্যপ্ৰত্যক্ষবাদ সমালোচনাসহ আলোচনা কৰা।

18. What are the differences between Sautrantika and Vaibhasika school.

সৌত্ৰান্তিক আৰু বৈভাষিক সম্প্ৰদায়ৰ মাজৰ পাৰ্থক্যসমূহ কি কি?

19. Distinguish between Hinayana and Mahayana.

হীনযান আৰু মহাযান ধৰ্ম-সম্প্ৰদায়ৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। 

Write Short Notes On:

চমু টোকা লিখাঃ

1. ‘Astangikamarga’ of Buddhism / অষ্টাঙ্গিক মাৰ্গ।

2. Concept of Nirvana / নিৰ্বাণৰ ধাৰণা।

3. No-soul theory / নৈৰাত্ম্যবাদ বা অনাত্মবাদ 

4. The Second Noble Truth / দ্বিতীয় আৰ্যসত্য

5. Hinayan School / হীনযান সম্প্ৰদায় 

6. Mahayana School / মহাযান সম্প্ৰদায় 

Type: Nayan Moni Deka