পৰ্য্যায়লোচনামূলক বা উদ্দেশ্যমূলক গণতন্ত্ৰ | Deliberative Democracy | Chapter 2 (c) | B.A 1st Sem Political Science Notes and Suggestion | Assamese medium | Question and Answer Assam | Guwahati University Political Science Notes | প্ৰথম ষান্মাসিকৰ পৰ্য্যায়লোচনামূলক বা উদ্দেশ্যমূলক গণতন্ত্ৰ নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰ।


Chapter-2 (C)

পৰ্য্যায়লোচনামূলক বা উদ্দেশ্যমূলক গণতন্ত্ৰ

(Deliberative Democracy) 

প্ৰশ্নাৱলী(Questions)

১। ‘Deliberative Democracy’ শব্দটো প্ৰথমে কোনে উল্লেখ কৰিছিল?

Who first mentioned the term ‘Deliberative Democracy’?

২।”Deliberative Democracy: the Majority Principle in Republican Government”– গ্ৰন্থখনৰ লিখক কোন?

Who is the author of the book “Deliberative Democracy: The Majority Principle in Republic Government’?

৩। পৰ্য্যালোচনামূলক গণতন্ত্ৰ বুলিলে কি বুজা?

What do you mean by deliberative democracy?

৪। পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ দুগৰাকী সমৰ্থকৰ নাম উল্লেখ কৰা।

Mention two suporters of deliberative democracy.

৫। James Fishkin এ উল্লেখ কৰা যিকোনো দুটা পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ বৈশিষ্ট্য লিখা।

Write any two features of deliberative democracy as mentioned by James Fishkin.

৬। পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ সংজ্ঞা দিয়া। ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

Define deliberative democracy. Discuss its features.

৭। Joshua Cohan-এ আগবঢ়োৱা পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ কি কি? আলোচনা কৰা।

What are the features of deliberative democracy as forwarded by Joshua Cohan?

৮। পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা।

Discuss about the needs or requirement of deliberative democracy.

৯. ৰাজনৈতিক তত্ত্বৰ ধাৰণা হিচাপে পৰ্য্যায়লোচনামূলক গণতন্ত্ৰৰ সমালোচনামূলক পৰীক্ষাৰে ব্যাখ্যা দিয়া।

Critically examine the concept of deliberative democracy in political theory.

১০. পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ গুণ বা সুবিধাসমূহ কি কি? আলোচনা কৰা।

What are the merits or advantages of deliberative democracy? Discuss.

Parishmita Hazarika