১। What id Environment awarness?
পৰিৱেশৰ সজাগতা কি?
উত্তৰঃ
২। Discuss the Steps taken by India Govt for creating environmental awarness.
পৰিৱেশৰ সজাগতা সৃষ্টিৰ বাবে ভাৰতৰ ভাৰত চৰকাৰে গ্ৰহন কৰা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ
৩। How can be create environmental awarness and attitude change through formal education?
আনুষ্ঠানিক শিক্ষাৰ দ্বাৰা কিদৰে পৰিৱেশৰ সজাগতা আৰু মনোভাৱৰ পৰিৱৰ্তন কৰিব পাৰি?
উত্তৰঃ
৪। Discuss the She of on- formal education for the creating of environmental awarness.
পৰিৱেশৰ সজাগতা সৃষ্টিৰ অগতানুগতিক শিক্ষাৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ
৫। খালী ঠাই পূৰণ কৰাঃ
(ক) The Government of India established Department of environmental in the Year_____
_______ ভাৰতৰ চৰকাৰে পৰিৱেশৰ বিভাগ স্থাপন কৰে।
উত্তৰঃ
(খ) The _____ campaign Started in the Year 1986.
১৯৮৬ চনত _____ আঁচনিৰ আৰম্ভ কৰা হয়।
উত্তৰঃ
(গ) The theme of National Environment Awareness campaign, 2011-12 was ______
২০১১-১২ চনৰ ৰাষ্ট্ৰীয় পৰিৱেশৰ সজাগতা আঁচনিৰ মূল বিষয় আছিল________
উত্তৰঃ
(ঘ) The meaning of model ABC is _____, behavioural change and________
এ বি চি (ABC) আৰ্হিৰ অৰ্থ হৈছে _______ আচৰণ পৰিবৰ্তন আৰু________
উত্তৰঃ
(ঙ) The “National Green Crops is taken on the Year_____
“ৰাষ্ট্ৰীয় সেউজী দল” আঁচনিৰ ব্যৱস্থা হৈছিল _______ চনত।
উত্তৰঃ
Type- Ishan Dev Bora