পানেশৈক বাপেকে কি বুলি কৈছিল ?

উত্তৰঃ পানেশৈক নীল সাগৰৰ মাজত দেখি বাপেকে তেওঁৰ ঘাটলৈ নাও চপাবৰ বাবে অনুৰোধ জনাইছে ৷ তেওঁ কৈছে যে তেওঁ পানেশৈক সকলো দিব— ধন সম্পত্তি , আ – অলংকাৰ সকলো দিয়াৰ আগতে খাটলি পীৰাত বহুৱাই ভাত খুৱাব ।