পানী প্ৰদুষণ কি আৰু কেনেকৈ হয় লিখা?

উত্তৰঃ  সাধাৰণভাবে পৃথিৱীৰ কিবা পানী ভাগত যদি কিবা প্ৰকাৰে ৰাসায়নিক পদাৰ্থ, অণুজীৱ, পদার্থকণা আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিবৰ্ত্তন ঘটাই তেনে পানীকে আমি প্ৰদূষিত পানী বুলি কওঁ। এই প্রক্রিয়াটোকে পানী প্রদূষণ বোলা হয়।