ছন্দ বুলিলে কি বুজা ?

উচ্চাৰিত ধ্বনি বিন্যাসত নিয়মিত অথচ সাময়িক বিৰতিয়ে স্পন্দনৰ সৃষ্টিৰ জৰিয়তে ধ্বনি প্রবাহক লয়যুক্ত কৰি তোলাকে ছন্দ বোলা হয় ।