গ্। শ্ৰুৱণাত্মক ধ্বনিবিজ্ঞানঃ

ইয়াত কাণ, শ্ৰৱণ ইন্দ্ৰিয় আৰু মগজুৰ মাধ্যমেৰে বাক্ধ্বনি সমূহৰ ইন্দ্ৰিয়ানুভূত সঁহাৰি বিষ্লেষণ কৰা হয়। কেতিয়াবা ধ্বনিবিজ্ঞানত ভাষাৰ ধ্বনি তৰঙ্গ,ধ্বনিৰ বায়ু প্ৰবাহ আদি জুখিবলৈ আহিলা পাতি ব্যৱহাৰ কৰা হয় বাবে যান্ত্ৰিক বা পৰীক্ষামূলক ধ্বনিবিজ্ঞান শব্দচোৰেই ইয়াক বুজোৱা হয়।