গোলাকীকৰণ কাক বোলে?

উত্তৰঃ দেশ এখনৰ অৰ্তনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গোলকীকৰণ।