গীতি কবিতা কাক বোলে ?

উত্তৰঃ ব্যক্তিনিষ্ঠ কবিতাকে গীতি কবিতা বুলি অভিহিত কৰা হয় ।