গান্ধী-আৰউইন চুক্তি ‘ৰ কি আছিল?

উত্তৰঃ গান্ধী–আৰউইন চুক্তি (ইংৰাজী: Gandhi–Irwin Pact) আছিল লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ আগতে ১৯৩১ চনৰ ৫ মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এক ৰাজনৈতিক চুক্তি।