দ্বিতীয় পৰিচ্ছেদ
গণ-প্ৰজাতান্ত্ৰিক চীনৰ জাতীয় গণ-কংগ্ৰেছ
(People’s Republic of China of The National People’s Congress)
প্ৰশ্নাৱলী
১। চীনৰ জাতীয় গণ-কংগ্ৰেছৰ গঠন প্ৰণালী বৰ্ণনা কৰা। ইয়াৰ সদস্যসকলৰ সা-সুবিধা আৰু কৰ্বব্যসমূহ কি কি?
(Describe the composition of the National People’s Congress of China. What are the privileges and duties of its members?)
Answer:
২। State two functions of the Standing Committee of the National People’s Congress of China.
Answer:
৩। চীনৰ জাতীয় গণ-কংগ্ৰেছৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।
(Discuss the Powers and Functions of the National Peopl’s Congress of China.)
Answer:
৪। চীনৰ ৰাজনৈতিক ব্যৱস্থাত জাতীয় গণ-কংগ্ৰেছৰ ভূমিকা আলোচনা কৰা।
(Discuss the role of the National People’s Congress in the political system of China.)
Answer:
৫। Discuss the composition, powers and functions of the National People’s Congress of China.
Answer:
৬। চীনৰ জাতীয় গণকংগ্ৰেছৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা।
Discuss the composition power, and functions of the National People’s Congress of China.
Answer:
৭। চীনৰ জাতীয় গণ-কংগ্ৰেছৰ স্থায়ী সমিতিৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।
(Discuss the composition, powers and functions of the Standing Committee of the National People’s Congress of China.)
Answer:
৮। চীনৰ কেন্দ্রীয় সামৰিক আয়ােগৰ গঠন, ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা।
(Discuss the composition , powers and functions of the Central Military Commission of China.)
Answer:
৯। আমেৰিকাৰ কংগ্ৰেছৰ সৈতে চীন গণৰাজ্যৰ জাতীয় গণ-কংগ্ৰেছৰ তুলনা কৰা ।
(Compare the National People’s Congress of China with the Congress of the U.S.A.)
Answer:
১০। চীনৰ জাতীয় জন কংগ্ৰেছৰ গঠন আৰু ভূমিকা সম্পর্কে আলােচনা কৰা ।
(Discuss the structure and role of the NPC in China.)
Answer:
১১। চীনৰ গণপ্রজাতন্ত্রৰ জাতীয় গণকংগ্ৰেছৰ গঠন , ক্ষমতা আৰু কার্যাবলী বর্ণনা কৰা।
(Describe the composition , powers and functions of National People’s Congress of People’s Republic of China.)
Answer:
১২। চীনৰ জাতীয় গণ-কংগ্ৰেছৰ স্থায়ী সমিতিৰ ভূমিকাৰ এটা মূল্যায়ন কৰা।
(Make an estimate of the Standing Committee of the National People’s Congress of the Chinese Republic.)
Answer:
১৩। চমু টোকাঃ
(ক) চীন গণৰাজ্যৰ কেন্দ্রীয় সামৰিক আয়ােগ।
(Central Military Commission of China.)
Answer:
(খ) চীনৰ গণপ্রজাতন্ত্রৰ ৰাষ্ট্রপতি।
( The President of People’s Republic of China.)
Answer:
১৪। Write short note on Central Military Commission of China.
Answer:
১৫। চীনৰ কোনটো অংগৰ হাতত দেশৰ সর্বোচ্চ কর্তৃত্ব / ক্ষমতা ন্যস্ত কৰা হৈছে ?
(In which organ the highest authority of the state is vested in China?)
Answer:
১৬। চীনত জাতীয় জন কংগ্ৰেছ (এন.পি.চি.) য়ে ৰাষ্ট্ৰৰ কাৰ্যবাহী ক্ষমতাসমূহ প্রয়ােগ কৰে। (শুদ্ধ নে অশুদ্ধ লিখা)
In China , the National People’s Congress (NPC) exercises’ executive powers of the State.
Answer:
১৭। চীনৰ কোনটো অঙ্গৰ হাতত দেশৰ সর্বোচ্চ কর্তৃত্ব ন্যস্ত কৰা হৈছে?
In which organ is the highest authority of the State vested in China?
Answer:
১৮। চীন দেশৰ জাতীয় জন কংগ্ৰেছ ‘স্থায়ী সমিতি’ জাতীয় জন কংগ্ৰেছৰ এটা স্থায়ী অংগ। (শুদ্ধ নে অশুদ্ধ লিখা)
The Standing Committee of the NPC is a permanent organ of the NPC in China.
Answer:
১৯। জাতীয় গণকংগ্ৰেছৰ স্থায়ী সমিতিৰ কাৰ্যকাল হৈছে ৫/৪/৬ বছৰ। (শুদ্ধ বিকল্পটো বাছি উলিওৱা)
(The tenure of the Standing Committee of the National People’s Congress is 5/4/6 years.)
Answer:
২০। চীনত কোনটো অঙ্গ চূড়ান্ত ক্ষমতাশালী ?
(Which is the highest organ of State power in China ?)
Answer:
Type : Priyam Jyoti Patar