কাৰ্যপদ্ধতিগত বা প্ৰক্ৰিয়া গত গণতন্ত্ৰ আৰু ইয়াৰ সমালোচনা | Procedural Democracy and Its Critique | Chapter 2 (b) | Contemporary perspectives in Political Theory | B.A 1st Sem Political Science Notes and Suggestion | Assamese medium | Question and Answer Assam | Guwahati University Political Science Note

Chapter-2 (B)  

কাৰ্য্যপদ্ধতিগত বা প্ৰক্ৰিয়াগত গণতন্ত্ৰ আৰু ইয়াৰ সমালোচনা

(Procedural Democracy and Its Critique)

প্ৰশ্নাৱলী(Questions)

১। ‘Capitalism, Socialism and Democracy’ গ্ৰন্থৰ লিখক কোন?

Who is the author of the book ‘Capitalism, Socialism and Democracy’.

২। ‘Democracy and Devolopment’ গ্ৰন্থৰ লিখক কোন?

Who is the author of the book ‘Democracy and Devolopment’?

৩। DPRK ৰ সম্পূৰ্ণ নাম বা ধৰণটো কি?

What is the full form of DPRK?

৪। ৰৰ্বাট দাল হৈছে প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ এগৰাকী উগ্ৰ সমৰ্থকㅡ সত্য নে অসত্য লিখা।

Robert Dahl is the ardent supporter of procedural democracy. Write true or false.

৫। প্ৰক্ৰিয়াগত গণতন্ত্ৰ বুলিলে কি বুজা?

What do you mean by Procedural Democracy?

৬। প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ উপাদানসমূহ কি কি?

What are the elements of Procedural Democracy?

৭। প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Define Procedural Democracy and discuss its features.

৮. কাৰ্য্যপদ্ধতিগত গণতন্ত্ৰৰ বিষয়ে এটি সমালোচনামূলক টোকা লিখা।

Write a critical note on Procedural Democracy.

৯। ৰৰ্বাট ডালে উল্লেখ কৰা পদ্ধতিগত গণতন্ত্ৰৰ ধাৰণাটোৰ এক সমালোচনাত্মক আলোচনা দাঙি ধৰা।

Critically discuss the concept of Procedural Democracy as mentioned by Robert Dahl.

Parishmita Hazarika.