ঋণমুদ্ৰা কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ বাণিজ্যিক বেংকবোৰে সৃষ্টি কৰা আমানতক আমানত মুদ্ৰা বা ঋণ মুদ্ৰা বোলে। ঋণ প্ৰদানৰ যোগেদি বেংকবোৰে আমানতৰ সৃষ্টি কৰে। আমানত মুদ্ৰা বিহিত মুদ্ৰা বা প্ৰকৃত মুদ্ৰা নহয়। কিন্তু দেশৰ মুদ্ৰা সৃষ্টিৰ ক্ষেত্ৰত আমানত মুদ্ৰাৰ ভূমিকা যথেষ্ট বেছি।