আম্লিক লৱণ কি ?

লৱণ  হৈছে অম্ল আৰু ক্ষাৰৰ প্ৰশমন বিক্ৰিয়াৰ ফলত উৎপাদিক হোৱা একপ্ৰকাৰৰ আয়নিত ৰাসায়নিক যৌগ। লৱণবোৰত বৈদ্যুতিক ভাৱে প্ৰশম (সামগ্ৰিকভাৱে আধানহীন) হৈ থকাকৈ সমতুল সংখ্যাৰ কেটায়ন (ধনাত্মক আয়ন) আৰু এনায়ন (ঋণাত্মক আয়ন) লগলাগি গঠিত হয়।