Chapter 6
আত্মাৰ অমৰত্ব
Immortality of Soul
Short Question (চমু প্ৰশ্নাৱলী)
1. What do you meant by immortality of soul?
আত্মাৰ অমৰত্ব বুলিলে কি বুজা?
উত্তৰঃ
2 . Name any two philosophers who believe in the immortality of Soul .
আত্মাৰ অমৰত্বত বিশ্বাস কৰা যিকোনো দুগৰাকী দার্শনিকৰ নাম লিখা ।
উত্তৰঃ
3. Name any two philosophers who refute the theory immortality of soul .
আত্মাৰ অমৰত্বৰ বিৰোধিতা কৰা যিকোনো দুগৰাকী দার্শনিকৰ নাম লিখা ।
4. State two metaphysical arguments in favour of immortlaity of the soul .
আত্মাৰ অমৰত্ব সপক্ষে থকা যিকোনো দুটা তাত্ত্বিক যুক্তি উল্লেখ কৰা ।
উত্তৰঃ
5. State two moral arguments in favour of immortlaity of the soul .
আত্মাৰ অমৰত্বৰ সপক্ষে থকা যিকোনো দুটা নৈতিক যুক্তি উল্লেখ কৰা ।
উত্তৰঃ
6. State two religious arguments in favour of immortlaity of the soul .
আত্মাৰ অমৰত্বৰ সপক্ষে থকা যিকোনো দুটা ধর্মীয় যুক্তি উল্লেখ কৰা ।
উত্তৰঃ
7 . State two arguments against immortlaity of the soul .
আত্মাৰ অমৰত্বৰ বিৰুদ্ধে যিকোনো দুটা যুক্তি উল্লেখ কৰা ।
উত্তৰঃ
3 . Broad Questions :
1. What do you mean by immortality of soul ?
আত্মাৰ অমৰত্ব বুলিলে কি বুজা ?
উত্তৰঃ
2. Write a short notes on Immortality of soul .
আত্মাৰ অমৰত্বৰ সম্পৰ্কে চমুটোকা লিখা ।
উত্তৰঃ
3. Explain the religious arguments for the immortality of the soul.
আত্মাৰ অমৰত্ব সম্পৰ্কীয় ধর্মীয় যুক্তিসমূহ আলোচনা কৰা ।
উত্তৰঃ
4 . Discuss the metaphysical argument for the immortality of the soul .
আত্মাৰ অমৰত্ব সম্পৰ্কীয় অধিবিদ্যক বা তাত্ত্বিক যুক্তিসমূহ আলোচনা কৰা ।
উত্তৰঃ
5. Explain and examine moral argument for the immortality of the soul .
আত্মাৰ অমৰত্ব সম্পৰ্কীয় নৈতিক যুক্তিসমূহ ব্যাখ্যা আৰু পৰীক্ষা কৰা ।
উত্তৰঃ
6 . What are the value arguments for the immortality of the soul ? Discuss .
আত্মাৰ অমৰত্ব সম্পৰ্কীয় মূল্য সম্পৰ্কীয় যুক্তিসমূহ কি কি ? আলোচনা কৰা ।
6. Explain and Examine Plato’s arguments in favour of the immortality of the soul .
আত্মাৰ অমৰত্ব সম্পৰ্কীয় প্লেটোৰ যুক্তিসমূহ ব্যাখ্যা আৰু পৰীক্ষা কৰা ।
উত্তৰঃ
Type: Krishna Bora