আচৰণমূলক প্ৰযুক্তিবিজ্ঞান
Behavioural Technology
Chapter 3
প্ৰশ্নাৱলী
1.
a. আচৰণমূলক প্ৰযুক্তিবিজ্ঞান কি ?
What is behavioural technology ?
উত্তৰঃ
b.আচৰণমূলক প্ৰযুক্তিবিজ্ঞানৰ অৰ্থটো লিখা ।
Write the meaning of bahavioural technology.
উত্তৰঃ
c. আচৰণমূলক প্ৰযুক্তিবিজ্ঞানৰ বৈশিষ্ট্যসমূহ কি কি ?
Write the characteristics of behavioural technology.
উত্তৰঃ
d. আচৰণমূলক প্ৰযুক্তিবিজ্ঞানৰ প্ৰধান ধাৰণাসমূহ লিখা ।
What are the basic assumptions of behavioural technology ?
উত্তৰঃ
e. আচৰণসমূহ প্ৰযুক্তিবিজ্ঞানৰ বিষয়বস্তসমূহ লিখা ।
Write the Contents of behavioural technology
উত্তৰঃ
f. অনু-শিক্ষণ কি ?
What is Micro-teaching?
উত্তৰঃ
g. অনু-শিক্ষণৰ ধাৰণাটো লিখা ।
Write the concept of micro-teaching.
উত্তৰঃ
h. অনু-শিক্ষণৰ এটা গ্ৰহণযোগ্য সংজ্ঞা দিয়া ।
উত্তৰঃ
i. অনু-শিক্ষণৰ ধাৰণাটো কোনে বিকাশ কৰিছিল ?
উত্তৰঃ
j. অনু-শিক্ষণৰ উল্লেখনীয় বৈশিষ্ট্যবোৰ লিখা ।
উত্তৰঃ
k. অনুশিক্ষণৰ দুটা প্ৰধান ধাৰণাৰ বিষয়ে লিখা ।
উত্তৰঃ
l. অনুশিক্ষণৰ স্তৰসমূহ কি কি ?
উত্তৰঃ
m. অনু-শিক্ষণনৰ চক্ৰটোৰ অংকন কৰা ।
উত্তৰঃ
n. শিক্ষণ প্ৰক্ৰিয়াত অনু-শিক্ষণৰ ব্যৱহাৰিতা সম্পৰ্কে লিখা ।
উত্তৰঃ
o. অনুশিক্ষণৰ প্ৰধান উপাদানসমূহ কি কি ?
What are the components of micro-teaching?
উত্তৰঃ
p. অনু-শিক্ষণৰ নীতিবোৰ লিখা ।
Write the principles of micro-teaching
উত্তৰঃ
Long Questions:
2.
a. অনু-শিক্ষণৰ সংজ্ঞা দিয়া । অনুশিক্ষণৰ চক্ৰৰ বিভিন্ন পৰ্যায়বোৰ আলোচনা কৰা ।
Define micro-teaching. Discuss the various steps of micro-teaching cycle.
উত্তৰঃ
b. অনু-শিক্ষণৰ ইতিহাস বৰ্ণনা কৰা ।
Trace the history of micro-teaching.
উত্তৰঃ
c. অনুশিক্ষণৰ নীতিবোৰ বৰ্ণনা কৰা ।
Explain the various principles of micro-teaching.
উত্তৰঃ
d. অনু-শিক্ষণৰ স্তৰসমূহ আলোচনা কৰা ।
Discuss the procedure of micro-teaching.
উত্তৰঃ
e. অনুশিক্ষণ আৰু প্ৰচলিত শিক্ষণৰ তুলনা কৰা ।
Compare between micro-teaching and traditional teaching.
উত্তৰঃ
f. অনু-শিক্ষণৰ গুণ আৰু দোষসমূহ আলোচনা কৰা ।
Discuss the advantages and disadvantages of micro-teaching.
উত্তৰঃ
g. অনু-শিক্ষণৰ শৈক্ষিক তাৎপৰ্য কৰা ।
Discuss the educational implications of micro-teaching.
উত্তৰঃ
Type Himashree Bora