অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমূকৈ লিখা?

উত্তৰঃ অসমত সপ্তদশ শতিকা মানৰপৰা চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখন মান সচিত্র পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যার্ণৱ, চিত্র ভাগৱত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচুড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি।