অসমীয়া ভাষাৰ ধ্বনিত্ত্বত | দ্বিতীয় গোটঃ | B.A 5th Sem অসমীয়া ব্যাকৰণ পৰিচয় Question Answer | B.A 5th Sem GU Assamese Medium Question Answer Solution |

 দ্বিতীয় গোটঃ 

Short Question Answer 

অসমীয়া ভাষাৰ ধ্বনিত্ত্বত 

প্ৰশ্নাৱলী 

অতিচমু প্ৰশ্ন 

১। ব্লুমফিণ্ডে ৰূপতত্ত্বৰ সংজ্ঞা কিদৰে দিছিল ?

২।  আকৃতি কাক বোলে ?

৩। খেতিয়ক শব্দটোত কেইটা ৰূপ আছে ?

৪। প্ৰাকৃতি কাক বোলে ?

৫। অক্ষৰ কাক বোলে ?

৬। শূন্য প্ৰকৃকি কি ?

৭। অসমীয়া ভাষাত প্ৰাকৃতিৰ ভাগ কেইটা ?

৮। অসমীয়া ভাষাত মধ্য সৰ্গ আছেনে ?

৯। সৰ্গৰ গুণগত বিভাগ কেইটা ?

১০। বিভক্ত কাক বোলে ?

১১। বিভক্তি কেই প্ৰকাৰৰ ?

১২। অসমীয়া ভাষাত পঞ্চমী বিভক্তি আছেনে ?

১৩। অসমীয়া ভাষাত শব্দ বিভক্তিৰ চিন কেইটা ?

১৪। অসমীয়া ভাষাত বচন ব্যাকৰণগত বিষয় হয়নে?

১৫। অসমীয়া ভাষাত লিংগ ব্যাকৰণগত বিষয় হয়নে ?

চমু প্ৰশ্নঃ

১। প্ৰকৃতি বুলিলে কি বুজা?উদাহৰণ দিয়া ।

২। প্ৰাকতি আৰু অলক্ষৰৰ প্ৰাৰ্থক্য লিখা?

৩। উপাকৃতি কিদৰে নিৰ্ণয় কৰা হয়।

৪। সৰ্ব বুলিলে কি বুজা ? উদাহৰণ দিয়া।

৫। অসমীয়া ভাষাৰ বাহিৰে কি কি ভাষাত মধ্যসৰ্গ পোৱা ষায় ।

৬। অসমীয়া ভাষাত শব্দ বিভক্তিৰ চিন কেইটা আৰু কি কি ?

৭। অসমীয়া লিংগ নিৰ্ণয় কৰাৰ উপায় কি কি?

৮। অসমীয়া ভাষাত লিংগ কেইবিধ আৰু কি কি ?

৯। বচন বুলিলে কি বুজা ?

১০। বহুবচনাত্মক প্ৰত্যয়ৰ মূল নিৰ্ণয় কৰা । 

১১। আ-কাৰান্ত ‘গা’ ধাতুৰক ৰূপবোৰ লিখা?

ৰচনাধৰ্মী প্ৰশ্নঃ

১। অসমীয়া ভাষাত আকৃতি, প্ৰাকৃতি আৰু উপাকৃতি সম্পৰ্কে লিখা ।

২। বিভক্তি কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি বহলাই লিখা।

৩। শব্দ বিভক্তিৰ চিবোৰ উল্লেখ কৰি কাৰকত কিদৰে প্ৰয়োগ হয় লিখা। 

৫। অসমীয়া ভাষাত কি কি উপায়েৰে লিংগ নিৰ্ণয় কৰা হয় উদাহৰণেৰে বৰ্ণনা কৰা। 

৬। ক্ৰিয়া বিভক্তিৰ বিষয়ে আলোচনা কৰা। 

Type-Bharat kalita 

Morigaon Assam