অসমীয়া ব্যাকৰণৰ ইতিহাস, | প্ৰথম গোট | B.A 5th Sem অসমীয়া ব্যাকৰণ পৰিচয় Question Answer | B.A 5th Sem GU Assamese Medium Question Answer Solution |

Sort Question Answer 

 প্ৰথম গোট

অসমীয়া ব্যাকৰণৰ ইতিহাস, ব্যাকৰণৰ শ্ৰেণীবিভাগ, ব্যাকৰণৰ উপাদান-ধ্বনি, ৰূপ শব্দ আৰু বাক্য  

প্ৰশ্নাৱলী 

অতি চমু প্ৰশ্ন ঃ

১। ‘Grammar’ শব্দটো ক’ৰ পৰা আহিছে ?

২। ‘Grammar’ শব্দটোৰ অৰ্থ কি ?

৩। ‘Grammar’ শব্দৰ ব্যুৎপত্তিগত অৰ্থ কি ?

৪। সংস্কৃত ব্যাকৰণ শব্দ কি দৰে গঠিত হৈছে। সাহিত্যত ব্যাকৰণৰ

৫। বৈদিক চিন্তা কেতিয়া পোৱা যায়। 

৬। পাণিনিৰ ব্যাকৰণখনৰ নাম কি?

৭। পাণিনিৰ ব্যাকৰণ সম্পর্কে ব্লুমফিল্ডে কি কৈছিল?

৮। গ্ৰীকৰ প্ৰথম ব্যাকৰণবিদগৰাকী নাম কি?

৯। ব্যাকৰণ শব্দৰ প্ৰথম ক’ত উল্লেখ পোৱা যায়?

১০। ৰবিনছন চাহাব কেতিয়া অসমলৈ আহিছিল?

১১। ৰবিনছন চাহাবৰ ব্যাকৰণখনৰ নাম কি?

১২। উইলিয়াম ক্ৰেীৰ ব্যাকৰণখনৰ নাম কি?

১৩। ৰামমোহন ৰায়ৰ ব্যাকৰণখনৰ নাম কি? 

১৪। নাথান ব্রাউনৰ ব্যাকৰণখনৰ নাম কি?

১৫। আনন্দৰাম ঢেকিয়ালফুকনৰ ছদ্ম নাম কি?

১৬। আনন্দৰাম ঢেকিয়ালফুকনে ৰচনা কৰা অসমীয়া ভাষা বিষয়ক পুথিখনৰ নাম কি?

১৭। ‘অসমীয়া ভাষাৰ ব্যাকৰণ’খনৰ লেখক কোন?

১৮। থলুৱা ধাৰাৰ প্ৰথমখন ব্যাকৰণৰ নাম কি?

১৯। ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’ কেতিয়া ৰচনা কৰা হৈছিল?

২০। সত্যনাথ বৰাৰ ব্যাকৰণখনৰ নাম কি?

21। L.S.I. ৰ সম্পূৰ্ণ ৰূপ কি?

২২। বাণীকান্ত কাকতিৰ গৱেষণাৰ গ্ৰন্থখনৰ নাম কি?

২৩। বানীকান্ত কাকতিৰ গৱেষণা গ্রন্থ কেইটা খণ্ডত বিভক্ত।

২৪। কালিৰাম মেধিৰ ব্যাকৰণখনৰ নাম কি?

25। Structure of Assamese ৰ লেখক কোন?

২৬। ধ্বনি কাক বোলে?

২৭। উচ্চাৰণৰ প্ৰকৃতি অনুসৰি ব্যঞ্জন ধ্বনি কেই প্ৰকাৰৰ?

২৮। সর্গক কেইটা ভাগত ভাগ কৰা হৈছে?

২৯৷ ইংৰাজী ‘syntax’ শব্দাটো ক’ৰ পৰা আহিছে? 

৩০। সৰ্গৰ অৱস্থানগত ভাগ কেইটা?

চমু প্রশ্ন ঃ

ব্যাকৰণৰ সংজ্ঞা নিৰূপণ কৰা।

২। ব্যাকৰণ কেই প্ৰকাৰৰ আৰু কি কি?

৩। অসমীয়া ব্যাকৰণৰ ধাৰা কেইটা আৰু কি কি?

৪। বর্ণনাত্মক ব্যাকৰণ কেই প্ৰকাৰৰ আৰু কি কি? 

৫। গাঁথনিক ব্যাকৰণ সম্পৰ্কে চমুকৈ লিখা।

৬। তুলনামূলক ব্যাকৰণ কাক বোলে? 

৭। বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখন কেইটা খণ্ডত বিভক্ত আৰু কি কি?

৮। খণ্ড বাক্য গাঁথনিক ব্যাকৰণ কাক বোলে? 

৯। ধ্বানি বিজ্ঞান কাক বোলে?

১০। বাগিন্দ্রিয় কাক বোলে?

১১। উচ্চাৰণৰ প্ৰকৃতি অনুসৰি ব্যঞ্জণ ধ্বনিৰ ভাগ কি কি?

১২। স্বৰ ধ্বনিৰ বিশেষ গুণবোৰ কি কি?

১৩। আকৃতি কাক বোলে?

১৪। প্রাকৃতি কাক বোলে?

১৫। প্রাকৃতিৰ শ্ৰেণীবিভাগ কি কি?

১৬। অৱস্থানগত সৰ্গৰ শ্ৰেণীবিভাগ কি কি?

১৭। বিভক্তি কাক বোলে আৰু ই কেই প্ৰকাৰৰ?

১৮। বিভক্তি আৰু প্ৰত্যয়ৰ পাৰ্থক্য লিখা।

১৯। ক্রিয়া বিভক্তি কাক বোলে?

২০। বাক্যৰ বৈশিষ্ট্য কি কি বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে?

ৰচনাধৰ্মী প্রশ্ন :

১। অসমীয়া ব্যাকৰণৰ ইতিহাস দিৱৰ যত্ন কৰা।

২।মিছেনাৰী ধাৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেই বিষয়ে বর্ণনা কৰা।

৩। ভাষাতাত্ত্বিক আৰু ভাষাবৈজ্ঞানিক ধাৰাৰ বিষয়ে লিখা।

৪। অসমীয়া ব্যাকৰণৰ শ্ৰেণীবিভাগ সম্পর্কে লিখা। 

৫। বৰ্ণনাত্মক ব্যাকৰণৰ বিষয়ে বহলাই লিখা।

৬। খণ্ডবাক্য গাঁথনিক ব্যাকৰণ সম্পর্কে লিখা।

৭। পৰম্পৰাগত ব্যাকৰণ আৰু আধুনিক ব্যাকৰণৰ পাৰ্থক্যৰ বিষয়ে লিখা?

৮। বিভক্তি কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি বহলাই আলোচনা কৰা।

৯। অসমীয়া ব্যাকৰণৰ উপাদান শব্দ, ৰূপ আৰু বাক্যৰ বিষয়ে। বাক্য গঠনৰ শ্ৰেণীবিভাজন সম্পর্কে লিখা।

১০। বাক্য গঠনৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা। 

Type-Bharat Kalita 

Morigaon Assam