অসমীয়া নাটক আৰু পৰিৱেশন শৈলী গোট ২ | BA 5th Sem Assamese Major Question Answer | Gauhati University BA 5th Sem ASM-HC-5016 | Download PDF |

 অসমীয়া নাটক আৰু পৰিৱেশন শৈলীগোট ২১। অংকীয়া নাট কাক বোলে?

২। ‘অংকীয়া’ শব্দটো বিশেষ্য নে বিশেষণ?

৩। সংস্কৃত নাট্যশাস্ত্ৰত ‘অংক’ শব্দৰ অৰ্থ কি?

৪। অসমত প্ৰচলিত চাৰিটা লোকনাট্যানুষ্ঠানৰ নাম লিখা।

৫। অংকীয়া নাট সৃষ্টিত কি কি লোকনাট্যানুষ্ঠানৰ প্ৰভাৱ দেখা যায?

৬। সংস্কৃত নাটৰ লগত অংকীয়া নাটৰ কোন কোন দিশত সাদৃশ্য দেখা যায়।

৭। শংকৰদেৱৰ ৰচিত নাটসমূহ কি কি?

৮। অংকীয়া নাটৰ ভাষা কি?

৯। ভীষ্মক ক’ৰ ৰজা?

১০। ৰুক্মিণী কাৰ জীয়ৰী?১১। ৰুক্মবীৰে কাৰ লগত ৰুক্মিণীক বিয়া দিব খুজিছিল?১২। ৰুক্মিণীৰ সখীদ্বয় কোন কোন?১৩। বেদনিধি কোন?১৪। শ্ৰীকৃষ্ণই ৰুক্মিণীক কোনটো মন্দিৰৰ পৰা হৰণ কৰি নিছিল?১৫। শংকৰদেৱে সৃষ্টি কৰা নাটকেইখনৰ ভিতৰত কোনখন কলেৱৰত ডাঙৰ?১৬। ৰুক্মিণী হৰণৰ কাহিনীভাগ ক’ত ক’ত পোৱা যায়?১৭। ৰুক্মিণীয়ে কৃষ্ণলৈ দিয়া প্ৰেমপত্ৰখন কৃষ্ণক কোনে পঢ়ি শুনাইছিল?১৮। ‘ৰুক্মিণী হৰণ’ নাটৰ কেন্দ্ৰীয় পুৰুষ চৰিত্ৰ কোনটো?১৯। ‘তপৰ মহিমায়ে আকাশৰ চন্দ্ৰ আনি দিতে পাৰি’- এইষাৰ কথা কোনে কৈছিল।২০। অংকীয়া নাটৰ আহাৰ্য সম্পৰ্কে লিখা।২১। সংস্কৃত পৰম্পৰাত অভিনয়ক কেইটা ভাগত ভগোৱা হয়? ভাগকেইটা কি কি?২২। চমুটোকা লিখা ঃ        (ক) অংকীয়া নাটৰ সাজ-সজ্জা
        (খ) মঞ্চসজ্জা
        (গ) মুখা
        (ঘ) গায়ন-বায়ন
২৩। নাট্যকাৰ হিচাপে শংকৰদেৱৰ বিষয়ে লিখা।২৪। ‘ৰুক্মণী হৰণ’ নাটৰ মূল আৰু মৌলকতা সম্পৰ্কে লিখা।২৫। ৰুক্মণী হৰণ নাটৰ কাহিনীভাগ লিখা।২৬। ৰুক্মণী হৰণ নাটত সমাজ জীৱনৰ চিত্ৰ কিদৰে প্ৰকাশিত হৈছে লিখা।২৭। চৰিত্ৰ বিশ্লেষণ কৰা ঃ কৃষ্ণ, ৰুক্মিণী, ভীষ্মক, ৰুক্মবীৰ, শশীপ্ৰভা, বেদনিধি, লীলাৱতী আৰু মদনঞ্জৰী।
Type: Punya Hazarika